ETV Bharat / state

বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই - budget 2020

বাজেটক লৈ আশাবাদী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অসমত পুঁজি কিমান বৃদ্ধি হ'ব সেই সন্দৰ্ভত চকু ৰাখিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷

হিমন্ত বিশ্ব শৰ্মা
বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই
author img

By

Published : Jan 31, 2020, 3:26 PM IST

গুৱাহাটী, 31 জানুৱাৰীঃ 1 ফেব্ৰুৱাৰীত উত্থাপন হ'ব কেন্দ্ৰীয় বাজেট । এই বাজেটক লৈ আশাবাদী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যৰ বাবে বিভিন্ন দিশত দিব লগা বাজেটক লৈ আশাবাদী মন্ত্ৰী গৰাকী । বিত্তমন্ত্ৰী হিচাপে সমগ্ৰ পুঁজি কিমান বৃদ্ধি হ'ব অসমত সেই সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই । লগতে জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হোৱাৰ বাবে বিত্তীয় আয়োগে প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে শৰ্মাই । যাৰ বাবে সামগ্ৰিকভাবেহে এটা পুঁজি বৃদ্ধি হোৱাৰ আশা কৰিছে মন্ত্ৰী শৰ্মাই ।

বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই

আনহাতে, অসমৰ বাবে সুকীয়া মাত্ৰা প্ৰদানত গুৰুত্ব প্ৰদান নকৰে মন্ত্ৰী গৰাকীয়ে । অন্য ৰাজ্য সমূহত যেনেকৈ পুঁজি দিয়া হ'ব অসমলৈ তেনে পুঁজি আগবঢ়োৱা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আৰু পঢ়কঃ অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

Intro:কি কলে বাজেট সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই? বাজেটক লৈ কি ভাবে মন্ত্ৰী গৰাকীয়ে। বিত্ত আয়োগে কিয় প্ৰতিবেদন দিব নোৱাৰিলে সেই সন্দৰ্ভত কলে হিমন্ত বিশ্ব শৰ্মাই?

Body:1 ফেব্ৰুৱাৰীত উত্থাপন হব কেন্দ্ৰীয় বাজেট। এই বাজেটক লৈ আশাবাদী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ বাবে বিভিন্ন দিশত দিব লগা বাজেটক লৈ আশাবাদী মন্ত্ৰী গৰাকী। বিত্ত মন্ত্ৰী হিচাপে সমগ্ৰ পুঁজি কিমান বৃদ্ধি হব অসমত সেই সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই। লগতে জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ হোৱাৰ বাবে বিত্তীয় আয়োগে দাখিল কৰিব নোৱাৰিলে প্ৰতিবেদন। যাৰ বাবে সামগ্ৰিক ভাৱেহে এটা পুজি বৃদ্ধি হোৱাৰ আশা কৰিছে মন্ত্ৰী ডঃ হিমন্তই।

Conclusion:অসমৰ বাবে সুকীয়া মাত্ৰা প্ৰদানত গুৰুত্ব প্ৰদান নকৰে মন্ত্ৰী গৰাকীয়ে। অন্য ৰাজ্য সমূহত যেনেকৈ পুঁজি দিয়া হব অসমলৈ তেনে পুঁজি আগবঢ়োৱা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.