গুৱাহাটী, 19 এপ্ৰিল : দেওবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এক সংবাদমেল সম্বোধন কৰি চিকিৎসালয়খনৰ পৰা কোভিড-19ত আক্ৰান্ত মুঠ 5 জন লোকক স্ব-গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ ইফালে সুস্থ হৈ উঠা স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালাকো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা নিজ বাসগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা 4 জন ৰোগীকো নিজ ঘৰলৈ যাবলৈ অনুমতি দিয়ে । বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এজন ক'ৰণাত আক্ৰান্ত লোকৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
সুস্থ মনীষ তিব্ৰৱালা,সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালা
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। মুঠ 5 জন লোকক চিকিৎসালয়ৰ পৰা স্ব-গৃহলৈ যাবলৈ অনুমতি প্ৰদান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ । সুস্থ হৈ উঠা স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালাকো হাস্পতালৰ পৰা স্ব-গৃহলৈ যাবলৈ অনুমতি দিয়াৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা 4 জন কোভিড-19ত আক্ৰান্ত ৰোগীক নিজ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷