ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱতী

চাবোন থোৱা প্লাষ্টিকৰ বক্সৰ ভিতৰত ২২ টা পেকেটত ৩১৮ গ্ৰাম হেৰ'ইন জব্দ কৰে ৰে'ল আৰক্ষীয়ে ৷ হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী পশ্চিমবংগৰ নাডায়াৰ আবৃত্তি কৰ্মকাৰ ৷১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা

author img

By

Published : Jul 30, 2019, 12:54 PM IST

কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱতী
  • পুনৰ গুৱাহাটী ৰে'লৱে ষ্টেচনত কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱতী
  • মঙলবাৰে পুৱা ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰা হয় কোটি টকাৰ হেৰ'ইন
  • ১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা
  • চাবোন থোৱা প্লাষ্টিকৰ বক্সৰ ভিতৰত ২২ টা পেকেটত ৩১৮ গ্ৰাম হেৰ'ইন জব্দ কৰে ৰে'ল আৰক্ষীয়ে
  • হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী পশ্চিমবংগৰ নাডায়াৰ আবৃত্তি কৰ্মকাৰ বুলি জানিব পৰা গৈছে
  • ৰে'ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল জব্দকৃত হেৰ'ইনখিনি
  • ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

Intro:
পুনৰ গুৱাহাটী ৰেলৱে ষ্টেচনত কোটি টকাৰ হেৰ'ইনসহ সুন্দৰী যুৱতী গ্ৰেপ্তাৰ

Body:মঙ্গলবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত হেৰ'ইনসহ এগৰাকী যুৱতী গ্ৰেপ্তাৰ। ১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ কোচ নম্বৰ বি-১০ৰ আসন নং ২৫ৰ পৰা চাবোন থোৱা প্লাষ্টিকৰ বক্সত ২২পেকেটত ৩১৮ গ্ৰাম হেৰ'ইন ৰেল আৰক্ষীয়ে জব্দ কৰে।

ৰেল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত হেৰ'ইনখিনি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা দিল্লীলৈ লৈ গৈ আছিল। জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য এক কোটি টকা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱতী গৰাকী পশ্চিমবংগৰ নাডায়াৰ আবৃত্তি কৰ্মকাৰ।

Byte আৰক্ষী উপপৰিদৰ্শক

Conclusion:প্ৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সা-সামগ্ৰী ৰ লগতে যুৱতী গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে অস্ত্ৰ সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে একাংশ যুৱতীও এই অবৈধ বেহাত নামি পৰিছে।
Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.