ETV Bharat / state

মাজনিশা সৰুসজাইত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - কোৱাৰেন্টাইন চেন্টাৰ

সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে উপস্থিত হোৱা দেখা গ'ল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে অসমত শনিবাৰে ৪ গৰাকী নতুন কোভিড পজিটিভ ৰোগী ধৰা পৰিছে ।

ETV BHARAT
মাজনিশা সৰুসজাইত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : May 17, 2020, 2:38 PM IST

গুৱাহাটী, 17 মেঃ গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে উপস্থিত হোৱা দেখা গ'ল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

Health Minister Himanta Biswa Sharma Quarentine Center Visit At Sarusajai,assam news
মাজনিশা সৰুসজাইত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মহানগৰীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে মাজনিশা সৰুসজাইত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড-১৯ পজিটিভ ৰোগী দুগৰাকী চিকিৎসালয়লৈ অনাৰ কাম তদাৰক কৰে লগতে পৰিস্থিতিৰ বুজ লয় । দুয়োগৰাকীকে MMCH চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় । উল্লেখ্য যে, ইতিমধ্যে অসমত শনিবাৰে ৪ গৰাকী নতুন কোভিড পজিটিভ ৰোগী ধৰা পৰিছে।

অসমত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৯৫ লৈ বৃদ্ধি হয় । নতুনকৈ আক্ৰান্ত ৰোগী কেইজনৰ ভিতৰত এগৰাকী গুৱাহাটী সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ আৰু অন্য দুগৰাকী ক্ৰমে যোৰহাট কোৱাৰেন্টাইন চেন্টাৰ আৰু শোণিতপুৰৰ । উল্লেখ‍্য যে অসমত বৰ্তমান সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা ৫০ আৰু সুস্থ হৈ উঠিছে ৪১ গৰাকী ।

লগতে পঢ়ক- বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাইঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.