ETV Bharat / state

অসমবাসী সাম্প্ৰদায়িক নহয়ঃ তৰুণ গগৈ - tarun gogoi

অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত দুষ্কৃতিকাৰী আৰু কংগ্ৰেছ জড়িত থকাৰ কথা বিজেপি চৰকাৰে কৈ থকাৰ পিছত তৰুণ গগৈৰ প্ৰত্যুত্তৰ দিয়ে সোণোৱাল চৰকাৰলৈ ৷ আছু , এ জে ৱাই চি পি , সাহিত্যক শিল্পী সকলো দুষ্কৃতিকাৰী নেকি বুলি বিজেপি চৰকাৰক প্ৰশ্ন কৰে তৰুণ গগৈয়ে

গুৱাহাটী
অসমবাসী সাম্প্ৰদায়িক নহয়ঃ তৰুণ গগৈ
author img

By

Published : Dec 21, 2019, 3:45 AM IST

গুৱাহাটী, 20 ডিচেম্বৰঃ শুকুৰবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত হৰিশ ৰাৱত, তৰুণ গগৈৰ নেতৃত্বত সংবাদমেল । সংবাদমেল সম্বোধন কৰি হৰিশ ৰাৱতে কয় যে, "অসমৰ মানুহৰ ভাৱনাক বুজি সদনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ দলে । সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বাবে ক্ষতিকাৰক এই নাগৰিকত্ব সংশোধনী আইন ৷" সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে এই নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ আশ্বাস প্ৰদান কৰে হৰিশ ৰাৱতে । এই আন্দোলনৰ লগত সদায় কংগ্ৰেছ থকাৰ কথাও স্পষ্ট কৰে ৰাৱতে । লগতে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ আগত কাৰ আনুগত্য তাক প্ৰমাণৰ প্ৰতিযোগিতাত থকা বুলিও মত ব্যক্ত ৰাৱতৰ ।

অসমবাসী সাম্প্ৰদায়িক নহয়ঃ তৰুণ গগৈ

আনহাতে, সংবাদমেলত তৰুণ গগৈ কয় যে, অসমবাসী সাম্প্ৰদায়িক নহয় । নাগৰিকত্ব সংশোধনী আইনত ধৰ্মীয় নিৰ্যাতনৰ কথা উল্লেখ নাই বুলি কলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰেপৰি অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত দুষ্কৃতিকাৰী আৰু কংগ্ৰেছ জড়িত থকাৰ কথা বিজেপি চৰকাৰে কৈ থকাৰ পিছত তৰুণ গগৈৰ প্ৰত্যুত্তৰ দিয়ে সোণোৱাল চৰকাৰলৈ ৷ আছু , এ জে ৱাই চি পি , সাহিত্যক শিল্পী সকলো দুষ্কৃতিকাৰী নেকি বুলি শাসনাধীস্থ বিজপি চৰকাৰলৈ প্ৰশ্ন কৰে তৰুণ গগৈয়ে ৷

অসমবাসী সাম্প্ৰদায়িক নহয়ঃ তৰুণ গগৈ

লগতে পঢ়কঃ উন্নাও ধৰ্ষণ গোচৰৰ অভিযুক্ত ছেংগাৰৰ ৰায়দান

Intro:ৰাজীৱ ভৱনত হৰিশ ৰাৱত , তৰুণ গগৈৰ নেতৃত্বত সংবাদমেল। সংবাদমেল সম্বোধন কৰি হৰিশ ৰাৱতে কয় যে অসমৰ মানুহৰ ভাৱনাক বুজি সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ দলে। সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বাবে ক্ষতিকাৰক এই নাগৰিকত্ব সংশোধনী আইন লগতে সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে এই নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ আশ্বাস প্ৰদান কৰিলে হৰিশ ৰাৱতে। অসমত হোৱা কা বিৰোধী আন্দোলনৰ লগত সদায় কংগ্ৰেছ থকাৰ কথা স্পষ্ট কৰে তেওঁ। লগতে মুখ্যমন্ত্ৰীয়ে এক প্ৰতিযোগিতা কৰি থকাৰ দৰে স্থিতি গ্ৰহণ কৰিছে বুলি কলে হৰিশ ৰাৱতে । দিল্লীৰ আগত কাৰ আনুগত্য তাক প্ৰমাণৰ প্ৰতিযোগিতাত নামিছে মুখ্যমন্ত্ৰী ।

Body: তৰুণ গগৈ ডাঙৰীয়াই সংবাদমেলত স্পষ্ট ভাবে কয় যে অসমবাসী সাম্প্ৰদায়িক নহয় । পূৰ্বৰ কেব খনতকৈ কিমান ভয়াবহ এইখন কা সেই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে তৰুণ গগৈয়ে। নাগৰিকত্ব সংশোধনী আইনত ধৰ্মীয় নিৰ্যাতনৰ কথা উল্লেখ নাই বুলি কলে তেওঁ । অসমৰ কা বিৰোধী আন্দোলনত দুষ্কৃতিকাৰী আৰু কংগ্ৰেছ জড়িত থকাৰ কথা বিজেপি চৰকাৰে কৈ থকাৰ পিছত তৰুণ গগৈৰ প্ৰত্যুত্তৰ সৰ্বানন্দ সোণোৱাললৈ- আছু , এ জে ৱাই চি পি ,সাহিত্যক শিল্পী সকলো দুষ্কৃতিকাৰী নেকি?
বিজেপি চৰকাৰৰ বাদে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে কোনোৱে নাজানে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দিনত এনে আন্দোলন হোৱা নাছিল বুলি মত পোষণ কৰে। মানুহে লেই লেই চেই চেই কৰা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। এতিয়াৰ পৰা ভাৰত বছাও বিজেপি হাতাও আৰু সৰ্বানন্দ , হিমন্ত হাতাও অসম বছাও অভিযান চলাৰ কথাও কলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে অগপ দলকো সমালোচনা তৰুণ গগৈৰ।

Conclusion:ইয়াৰোপৰি অসম বাসীয়ে মুখ্যমন্ত্ৰী বা চৰকাৰৰ ওপৰত হেৰুৱাৰ কথা কলে তৰুণ গগৈয়ে। ৰাইজক উপেক্ষা আৰু অপমানিত কৰাৰ কাৰনে ৰাইজ জাগিছে বুলি কলে তেওঁ। লগতে জ্বলা জুইত ঘি হিমন্ত বিশ্ব শৰ্মাই ঢালিছে বুলি কলে তেওঁ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.