ETV Bharat / state

ক'ভিডৰ ত্ৰাস: দুয়োপালি প্ৰতিষেধক ললেহে যাব পাৰিব হজলৈ

author img

By

Published : Apr 21, 2021, 10:42 PM IST

জুন মাহৰ পৰা আৰম্ভ হ’বলগীয়া হজযাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । চৌদি আৰৱৰ স্বাস্থ্যমন্ত্ৰী আৰু জেড্ডাস্থিত ভাৰতীয় দুতাবাসৰ পৰা প্ৰেৰিত মেইলৰ প্ৰতি সহাৰি জনাই ভাৰতীয় হজ কমিটিয়ে হজযাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নীতি নিৰ্দেশনা বান্ধি দিছে ।

haj_pilgrims_regulations during covid pendamic
ক'ভিডৰ ত্ৰাস: দুয়োপালি প্ৰতিষেধক ললেহে যাব পাৰিব হজলৈ

গুৱাহাটী, ২১ এপ্ৰিল: ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক হজযাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । চৌদি আৰৱৰ স্বাস্থ্যমন্ত্ৰী আৰু জেড্ডাস্থিত ভাৰতীয় দুতাবাসৰ পৰা প্ৰেৰিত মেইলৰ প্ৰতি সহাৰি জনাই ভাৰতীয় হজ কমিটিয়ে হজযাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নীতি নিৰ্দেশনা বান্ধি দিছে ।

সেই অনুসৰি অসম, নাগালেণ্ড, মিজোৰাম, ছিকিম, মেঘালয় আৰু অৰুণাচলৰ পৰা যিসকল হজযাত্ৰীক ইতিমধ্যে বাচনি কৰা হৈছে তেওঁলোকে ক'ভিডৰ দুয়োপালি প্ৰতিষেধক ললেহে আগন্তুক হজযাত্ৰা কৰিব পাৰিব । যিহেতু জুন মাহৰ পৰা হজযাত্ৰা আৰম্ভ হ’ব সেয়েহে হজযাত্ৰী সকলক দুয়োপালি প্ৰতিষেধক লৈ আজৰি হবলৈ আহ্বান জনাইছে যুটীয়া ৰাজ্যিক হজ কমিটিয়ে ।

লগতে পঢ়ক: কণ্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.