গুৱাহাটী, 7 জুনঃ লুইতৰ পাৰ জিলিকোৱাৰ বিপৰীতে ক্ৰমাৎ ম্লান পৰিছে ৷ নিৰাপত্তাহীন হৈ আন্দোলন কৰিবলৈ ওলাই আহিছে ছাত্ৰসমাজ ৷ এই দৃশ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ বৃহস্পতিবাৰে সংঘটিত এক ঘটনাই উদঙাইছে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..
দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী - আইন মহাবিদ্যালয়
উল্লেখ্য যে এন্ধাৰৰ সুযোগ বুজি আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত দুৰ্বৃত্তই সংঘটিত কৰে অশালীন কাৰ্যকলাপ। ইতিমধ্যে ভূক্তভোগী ছাত্ৰীগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই জাঙুৰ খাই উঠিল ছাত্ৰসমাজ ৷
দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰী
গুৱাহাটী, 7 জুনঃ লুইতৰ পাৰ জিলিকোৱাৰ বিপৰীতে ক্ৰমাৎ ম্লান পৰিছে ৷ নিৰাপত্তাহীন হৈ আন্দোলন কৰিবলৈ ওলাই আহিছে ছাত্ৰসমাজ ৷ এই দৃশ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ বৃহস্পতিবাৰে সংঘটিত এক ঘটনাই উদঙাইছে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..
Intro:চৰম নিৰাপত্তাহীনতাত গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় চৌহদতে নিৰ্যাতনৰ বলি ছাত্ৰী। গধূলী হ'লেই হোষ্টেলৰ বাহিৰত ওলাব অৱস্থা ছাত্ৰীসকলৰ। বৃহস্পতিবাৰৰ এক ঘটনাই উদঙাইছে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ। এইবাৰ বিশ্ববিদ্যালয় চৌহদতে নিৰ্যাতনৰ বলি ছাত্ৰী। গধূলী এন্ধাৰৰ সুযোগ বুজি আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত দুৰ্বৃত্তই সংঘটিত কৰে অশালীন কাৰ্যকলাপ। ইতিমধ্যেই ভূক্তভোগী ছাত্ৰীগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। অতি পৰিতাপৰ বিষয় বিশ্ববিদ্যালয়ৰ চৌহদতে এতিয়া সুৰক্ষিত নহয় ছাত্ৰীসকলক। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু জালুকবাৰী আৰক্ষীৰ ওপৰত ক্ষোভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ। অতিশীঘ্ৰে বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ চৌহদত ষ্ট্ৰীট লাইট আৰু চিচি কেমেৰা লগাবলৈ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।
Body:উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত এয়াই প্ৰথম ঘটনা নহয়। প্ৰায়ে দুৰ্বৃত্তৰ অসৎ কাৰ্য বলি হ'বলগীয়া হৈছে ছাত্ৰী। যাৰ বাবে ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে সকলোৱে।
Conclusion:HIRUL HAQUE I GUWAHATI