ETV Bharat / state

পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা - গুৱাহাটী বিশ্ববিদ্যালয়

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে এই সিন্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয়
পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা
author img

By

Published : Dec 14, 2019, 6:34 PM IST

গুৱাহাটী, 14 ডিচম্বৰঃ পুণৰ পিচুওৱা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা । ২২ ডিচেম্বৰলৈ বাতিল বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ । ২৩ ডিচেম্বৰৰ পৰা নতুন সূচী প্ৰস্তুত কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে এই সিন্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ।

পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আৰু পঢ়কঃ ভাৰতৰ 5 ৰাজ্যই মানি নলয় নাগৰিকত্ব সংশোধনী আইন

Intro:পুণৰ পিছুওৱা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা।

২২ তাৰিখলৈ বাতিল বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ।

২৩ তাৰিখৰ পৰা নতুন সূচী প্ৰস্তুত কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

কেবৰ প্ৰতিবাদৰ বাবে এই সিন্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.