- গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক বদলি
- আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ আৰক্ষী আয়ুক্ত
- তৎতকালীভাৱে বদলি কৰা হৈছে দীপক কুমাৰক
- দীপক কুমৰাৰৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাক
- গুৱাহাটীত চলি থকা প্ৰতিবাদ ৰোধ কৰিব পৰা নাছিল আৰক্ষী আয়ুক্ত গৰাকীয়ে
- কেবাজনো ডিচিপিকো বদলি কৰা হৈছে গুৱাহাটীৰ পৰা
- ইফালে দুই এদিনতে অমিত শ্বাহ আহিব অসম আৰু মেঘালয়লৈ
- ইন্দো জাপান সন্মিলন অনুষ্ঠিত হ'ব অসমতে
- পূৰ্বে এই সন্মিলন বাতিল কৰা হৈছিল
- চৰকাৰে সলনি কৰিছে সিদ্ধান্ত
গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি - আৰক্ষী আয়ুক্ত
গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি
14:24 December 12
আইন শৃংখলা ৰোধৰ ব্যৰ্থতাৰ অভিযোগ দীপক কুমাৰৰ বিৰুদ্ধে
14:24 December 12
আইন শৃংখলা ৰোধৰ ব্যৰ্থতাৰ অভিযোগ দীপক কুমাৰৰ বিৰুদ্ধে
- গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক বদলি
- আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ আৰক্ষী আয়ুক্ত
- তৎতকালীভাৱে বদলি কৰা হৈছে দীপক কুমাৰক
- দীপক কুমৰাৰৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাক
- গুৱাহাটীত চলি থকা প্ৰতিবাদ ৰোধ কৰিব পৰা নাছিল আৰক্ষী আয়ুক্ত গৰাকীয়ে
- কেবাজনো ডিচিপিকো বদলি কৰা হৈছে গুৱাহাটীৰ পৰা
- ইফালে দুই এদিনতে অমিত শ্বাহ আহিব অসম আৰু মেঘালয়লৈ
- ইন্দো জাপান সন্মিলন অনুষ্ঠিত হ'ব অসমতে
- পূৰ্বে এই সন্মিলন বাতিল কৰা হৈছিল
- চৰকাৰে সলনি কৰিছে সিদ্ধান্ত
Intro:Body:
Conclusion:
আৰক্ষী আয়ুক্ত সলনি
দীপক কুমাৰৰ ঠাইত মুন্না প্ৰসাদ গুপ্তা
দুই এদিনত অমিত শ্বাহ আহিব অসম মেঘালয়
ইন্দো জাপান সন্মিলন গুৱাহাটীতে পাতিব
Conclusion:
Last Updated : Dec 12, 2019, 5:31 PM IST