ETV Bharat / state

মহানগৰৰ উন্নয়নক লৈ আশাবাদী গুৱাহাটীবাসী - guwahati contructions

গুৱাহাটী মহানগৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে হাতত লৈছে বহুতো পদক্ষেপ ৷ । সমগ্ৰ গুৱাহাটী সুন্দৰ কৰিবলৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ফ্লাই অভাৰ, ৰোড পিলাৰকে ধৰি ফুটপাঠ । ৰাজ্য চৰকাৰৰ এই প্ৰশংসাক শলাগিছে গুৱাহাটীবাসীয়ে ৷

গুৱাহাটী
মহানগৰৰ উন্নয়নক লৈ আশাবাদী গুৱাহাটীবাসী
author img

By

Published : Mar 17, 2020, 5:35 AM IST

গুৱাহাটী, 16 মাৰ্চঃ পূৰ্ণগতিত চলিছে মহানগৰ উন্নয়নৰ কাম । সমগ্ৰ গুৱাহাটী সুন্দৰ কৰিবলৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ফ্লাই অভাৰ, ৰোড পিলাৰকে ধৰি ফুটপাঠ । মহানগৰ খনক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ এই প্ৰচেষ্টাক শলাগ লৈছে গুৱাহাটীবাসীয়ে ।

গুৱাহাটী নিবাসী অসীম বেজবৰুৱাই চৰকাৰৰ এই প্ৰচেষ্টাক শলাগি কয়, 'আগৰ চৰকাৰ খনে ফ্লাই অভাৰ নিৰ্মাণত বহু বছৰ ধৰি পদক্ষেপ লোৱা নাছিল কিন্তু এই চৰকাৰে লৈছে ইয়াক লৈ আমি যথেষ্ট সুখী । উন্নয়ন হ'ব লাগে আমি উন্নয়ন হোৱাটো বিচাৰো । ইয়াৰোপৰি কয়, 'কেৱল অভাৰব্ৰীজ আৰু ফুটপাথতে চৰকাৰ সীমাবদ্ধ নাথাকি গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মই আশাবাদী ।

মহানগৰৰ উন্নয়নক লৈ আশাবাদী গুৱাহাটীবাসী

আনহাতে, আন এগৰকী গুৱাহাটী নিবাসী দ্বীপ দাসৰ মতে,'আমি যথেষ্ঠ সুখী উন্নয়নৰ কামবোৰ হ'ব লাগে গুৱাহাটীৰ বাবে এইয়া প্ৰয়োজনীয় কিন্তু নিৰ্বাচনৰ আগমূহুৰ্তত এয়া নিৰ্বাচনী চমক হ'ব নালাগে । তাৰোপৰি গুৱাহাটীৰ নিবাসী প্ৰশান্ত বৰ্মণে কয়,' উন্নয়ন হৈছে এইটো আদৰণীয় কিন্তু যিহেতু বাৰিষা চমু গুৱাহাটীত কৃত্ৰিম বানৰ আগমন হ'ব কেইদিনমান চৰকাৰে এয়া ৰোধৰ ক্ষেত্ৰতো ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনালো । উল্লেখ্য যে, বিজেপি চৰকাৰৰ শেষৰটো কাৰ্যকালত মহানগৰ উন্নয়নত বিশেষ ভূমিকা লৈছে । য'ত মহানগৰত নিৰ্মাণ কৰা হৈছে অভাৰব্ৰীজ, ফুটপাথৰ লগতে বহুতো গাৰ্ড ৱাল । ইয়াৰ ভিতৰত আছে গণেশগুৰিৰ পুনঃ নিৰ্মাণ হ'বলগীয়া অভাৰব্ৰীজ, দিছপুৰত হ'বলগীয়া অভাৰব্ৰীজ আৰু GS ROAD,AT ROAD,RGB ROAD নিৰ্মাণ কৰা হৈছে ফুটপাথ আৰু গাৰ্ড ৱাল ।

আৰু পঢ়কঃ কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.