গুৱাহাটী, 2 ছেপ্তেম্বৰ : সোমবাৰে গনেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে অসমতো পুৱাৰে পৰা সিদ্ধিবিনায়কৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । নাৰেংগীৰ গনেশ মন্দিৰত পূৱাৰে পৰা ভিৰ পৰিলক্ষিত হয় ভক্তৰ । মনৰ আকাংক্ষা পূৰণৰ হেতু সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈছে । হিন্দু ধৰ্মৰ দেৱতা সকলৰ ভিতৰত প্ৰভু গনেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গনেশক দিয়া হয় । সেয়ে পূৱাৰে পৰা মহানগৰীৰ সকলো গনেশ মন্দিৰত দেখা গৈছে ভক্তৰ ভিৰ । নাৰেংগীৰ লগতে মহানগৰীৰ অন্যান্য গনেশ মন্দিৰতো পূৱাৰে পৰা লানি নিছিঙা সোঁত বৈছে ভক্তগণৰ ।
মহানগৰীত গণেশ পূজা - নাৰেংগীৰ গনেশ মন্দিৰত গণেশ পূজা
গণেশ চতুৰ্থী উপলক্ষে মহানগৰীত নাৰেংগীৰ লগতে অন্যান্য গণেশ মন্দিৰটো দেখা গ'ল ভক্তগণৰ ভিৰ
গুৱাহাটী, 2 ছেপ্তেম্বৰ : সোমবাৰে গনেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে অসমতো পুৱাৰে পৰা সিদ্ধিবিনায়কৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । নাৰেংগীৰ গনেশ মন্দিৰত পূৱাৰে পৰা ভিৰ পৰিলক্ষিত হয় ভক্তৰ । মনৰ আকাংক্ষা পূৰণৰ হেতু সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈছে । হিন্দু ধৰ্মৰ দেৱতা সকলৰ ভিতৰত প্ৰভু গনেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গনেশক দিয়া হয় । সেয়ে পূৱাৰে পৰা মহানগৰীৰ সকলো গনেশ মন্দিৰত দেখা গৈছে ভক্তৰ ভিৰ । নাৰেংগীৰ লগতে মহানগৰীৰ অন্যান্য গনেশ মন্দিৰতো পূৱাৰে পৰা লানি নিছিঙা সোঁত বৈছে ভক্তগণৰ ।
Body:ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । নাৰেংগীৰ গনেশ মন্দিৰত পূৱাৰে পৰা ভিৰ পৰিলক্ষিত হয় ভক্তৰ । মনৰ আকাংক্ষা পূৰনৰ হেতু সকলোৱে পূজা অৰ্চনাত ব্যস্ত হৈছে । হিন্দু ধৰ্মৰ দেৱতা সকলৰ ভিতৰত প্ৰভু গনেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গনেশক দিয়া হয় ।সেয়ে পূৱাৰে পৰা মহানগৰীৰ সকলো গনেশ মন্দিৰত দেখা গৈছে ভক্ত ৰ ভিৰ । নাৰেংগীৰ লগতে মহানগৰীৰ অন্যান্য গনেশ মন্দিৰতো পূৱাৰে পৰা ভক্ত ৰ লানি নিছিঙা সোত বৈছে ।
Conclusion:লিপিকা ডেকা, গুৱাহাটী