ETV Bharat / state

গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু

author img

By

Published : Apr 29, 2021, 1:24 PM IST

বৃহস্পতিবাৰে পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত মৃত্যু হয় দণ্ডীৰাম কলিতা নামৰ এজন লোকৰ । জানিব পৰা মতে লোকজনৰ ঘৰ গুৱাহাটীৰ সমীপৱৰ্তী শুৱালকুছিত । কৰ'ণাত আক্ৰান্ত লোকজন কেইবাদিনো ধৰি হাস্পতালখনত ভৰ্তি হৈ আছিল ।

গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু
গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু

গুৱাহাটী,২৯ এপ্ৰিল: কৰ'ণা পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে । ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণাৰ সংক্ৰমণ অধিক মাত্ৰাত বৃদ্ধি হৈছে । যাৰ ফলত প্ৰতিদিনে অসমৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক কৰ'ণাৰ চিকাৰ হৈছে । ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন জিলাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ।

এইবাৰ গুৱাহাটীত পুনৰ এজনৰ মৃত্যু কৰ'ণাত । বৃহস্পতিবাৰে পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত মৃত্যু হয় দণ্ডীৰাম কলিতা নামৰ এজন লোকৰ । জানিব পৰা মতে লোকজনৰ ঘৰ গুৱাহাটীৰ সমীপৱৰ্তী শুৱালকুছিত । কৰ'ণাত আক্ৰান্ত লোকজন কেইবাদিনো ধৰি হাস্পতালখনত ভৰ্তি হৈ আছিল ।

লগতে পঢ়ক: বাঘবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.