ETV Bharat / state

নগ্ন নৃত্য কাণ্ডঃ সিজুবাৰীত প্ৰতিবাদ

author img

By

Published : Jun 11, 2019, 11:31 PM IST

এই ঘটনাক লৈ বহু ইছলাম ধৰ্মাৱল্মী লোকেও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় লগতে ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক বাবে কোনো অধিবক্তাই যাতে আদালতত যুক্তি প্ৰদৰ্শন নকৰে তাৰ বাবে আহ্বান জনায় ৷

আচলপাৰাত নৃত্য শিল্পী নিৰ্যাতনক লৈ সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘৰ প্ৰতিবাদ

গুৱাহাটী, 11 জুনঃ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰা ঘটনাক ধিক্কাৰ দিয়ে সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘ,হাতীগাঁও মহিলা সমিতি, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে ৷ মঙলবাৰে সিজুৱাৰীত অনুষ্ঠিত এক সভাত উক্ত ঘটনাক গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপান্তৰ নকৰিবলৈ অনুৰোধ জনায় হাতীগাঁও মহিলা সমিতিয়ে ৷ উল্লেখ্য যে এই ঘটনাক লৈ বহু ইছলাম ধৰ্মাৱল্মী লোকেও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় লগতে ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক বাবে কোনো অধিবক্তাই যাতে আদালতত যুক্তি প্ৰদৰ্শন নকৰে তাৰ বাবে আহ্বান জনায় ৷

আচলপাৰাত নৃত্য শিল্পী নিৰ্যাতনক লৈ সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘৰ প্ৰতিবাদ

উল্লেখযোগ্য যে আচলপাৰাত ঈদ উপলক্ষে টিকট চ' অনুষ্ঠিত কৰা হৈছিল । নিশা নৃত্যানুষ্ঠান আৰম্ভ হোৱাৰ পিছতে এচাম দৰ্শকে নৃত্য শিল্পীৰ দলটোক নগ্ন নৃত্য কৰিবলৈ হেঁচা প্ৰদান কৰে। ইমানতে ক্ষান্ত নাথাকি যুৱতী নৃত্য শিল্পীৰ দলটোক কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ।

a_ghy_ghy_804_11june_chaygaon_case_guwahati_visual_byte_asrar_as10001

সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘ, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে ছয়গাঁৱৰ ঘটনাক ধিক্কাৰ দিছে।  ছয়গাৱৰ গৰৈমাৰীৰ আছলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰিছিল। এই ঘটনাৰে জড়িত তিনি অভিযুক্ত ক্ৰমে চাহৰুখ খান আৰু চুভাহান খান আৰু আতিকুল ইছলাম বৰ্তমান ছয়গাও আৰক্ষীৰ জালত । উল্লেখযোগ্য যে  ঈদ উপলক্ষে টিকট চ' পাতিছিল আচলপাৰা সোমবৰীয়া বজাৰত । নিশা নৃত্যানুস্থান আৰম্ভ হোৱাৰ পিছতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক হেচা প্ৰদান টিকট কাটি ভিতৰত সোমোৱা একাংশ দৰ্শকে। যুৱতী নৃত্য শিল্পীৰ দল টোক কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই । নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিল। নৃত্য শিল্পীৰ দল দুটাক চুক্তিৰ মাননী পৰ্যন্ত আদায় দিয়া নাই আয়োজক সমিতিয়ে। আয়োজক সমিতিয়ে কোচবিহাৰৰ পৰা নৃত্য দলটি অনা বুলি টিকট বিক্ৰী কৰিছিল ১০০ পৰা ৫০ টকালৈকে । এই অঞ্চলটোত হিন্দু লোকেও বাস কৰে।এতিয়া এই তিনি অভিযুক্ত ছয়গাও আৰক্ষীয়ে জেৰা চলাই আছে। এই ঘটনাটোক লৈ সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে ইছলাম ধৰ্মৰ লোকসকলেও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মঙ্গলবাৰে হাটীগাঁও মহিলা কমিটিও উপস্থিত থাকি এই ঘটনাক গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপান্তৰ নকৰিবলৈ কয়। এই ঘটনাৰে জড়িত অভিযুক্ত সকলক কোনো অধিবক্তাই যাতে কেচ নলয় সেই সন্দৰ্ভেও অনুৰোধ জনায় তেওঁলোকে।

Byte 

Visual at ftp

Asrar Ansari 
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.