ETV Bharat / state

পুনৰ স্থগিত কৰা হ'ল গুৱাহাটী গ্ৰন্থমেলা

author img

By

Published : Mar 8, 2020, 8:10 PM IST

Updated : Mar 8, 2020, 8:29 PM IST

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰানালয়ে কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে যিকোনো গণসমাবেশ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ।

৩৩তম গুৱাহাটী গ্ৰন্থমেলা স্থগিত
৩৩তম গুৱাহাটী গ্ৰন্থমেলা স্থগিত

গুৱাহাটী, 8 মাৰ্চ : কৰ'ণাৰ আতংকত স্থগিত কৰা হ'ল ৩৩তম গুৱাহাটী গ্ৰন্থমেলা। ১৪ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱাৰ কথা আছিল ৩৩তম গুৱাহাটী গ্ৰন্থমেলা।কৰ'ণা ভাইৰাছৰ বাবে ইতিমধ্যে বিভিন্ন স্থানত ফাকুৱা বন্ধ কৰাৰ সমান্তৰালকৈ ৰাজ্যত পিছুৱাই দিয়া হৈছে কাজিৰঙা মহোৎসৱ । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰানালয়ে কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে যিকোনো গণসমাবেশ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে । স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজক সমিতি অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমিতিয়ে গ্ৰন্থমেলাৰ বাবে আমন্ত্ৰিত তথা অন্যান্য সকলো লোকক গ্ৰন্থমেলা স্থগিতকৰণৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।

গুৱাহাটী গ্ৰন্থমেলা

Last Updated : Mar 8, 2020, 8:29 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.