ETV Bharat / state

গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত মহিলা!

author img

By

Published : May 16, 2019, 2:08 PM IST

Updated : May 16, 2019, 2:15 PM IST

বুধবাৰে গুৱাহাটীত সংঘটিত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে এগৰাকী যুৱতীসহ তিনিজন লোকক । আৰক্ষীয়ে মহানগৰীৰ বাঘৰবাৰী নিহাৰিকা পথৰ পৰা আটক কৰে যুৱতীগৰাকীক।

গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত মহিলাসহ আটক তিনি

গুৱাহাটী, 16 মে' : আটকাধীন যুৱতীগৰাকীৰ নাম পল্লৱী বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে পুৱাৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ পৰা আটক কৰে যুৱতীগৰাকীক।

Intro:Body:

বিস্ফোৰণৰ লগত জড়িত এগৰাকী যুৱতী সহ চাৰি জন আটক । পুৱাৰ পৰা অভিযান চলাইছিল আৰক্ষীয়ে । পাঞ্জাৱৰীৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত চলাইছিল অভিযান।বাঘৰ বাৰী নিহাৰিকা পথৰ পৰা আটক কৰা হৈছে যুৱতী গৰাকী। যুৱতী গৰাকীৰ নাম পল্লৱী।

Conclusion:
Last Updated : May 16, 2019, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.