- ৰে'ল আৰক্ষীৰ অনুসন্ধানত ধৰা পৰে মনোজ শইকীয়া নামৰ লোকজন
- ডিমাপুৰৰ পৰা কোচবিহাৰলৈ ৰাজধানী এক্সপ্ৰেছযোগে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিল লোকজনে
- আৰক্ষীৰ তালাচীত লোকজনৰ পৰা উদ্ধাৰ হয় 15 টাকৈ নিচাযুক্ত টেবলেটৰ টোপোলা
- বহু আপত্তিজনক নথি-পত্ৰও লোকজনৰ পৰা উদ্ধাৰ কৰে ৰে'ল আৰক্ষীয়েগুৱাহাটী ৰে'ল ষ্টেচন আটক সন্দেহযুক্ত লোক
গুৱাহাটী ৰে'ল ষ্টেচনত আটক সন্দেহযুক্ত লোক - GRPS arrsted suspected person from gahuti rail station
নিচাযুক্ত সামগ্ৰীসহ গুৱাহাটী ৰে'ল ষ্টেচনত আটক হয় লোকজন
![গুৱাহাটী ৰে'ল ষ্টেচনত আটক সন্দেহযুক্ত লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3240347-thumbnail-3x2-rail.jpg?imwidth=3840)
গুৱাহাটী ৰে'ল ষ্টেচন আটক সন্দেহযুক্ত লোক
- ৰে'ল আৰক্ষীৰ অনুসন্ধানত ধৰা পৰে মনোজ শইকীয়া নামৰ লোকজন
- ডিমাপুৰৰ পৰা কোচবিহাৰলৈ ৰাজধানী এক্সপ্ৰেছযোগে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিল লোকজনে
- আৰক্ষীৰ তালাচীত লোকজনৰ পৰা উদ্ধাৰ হয় 15 টাকৈ নিচাযুক্ত টেবলেটৰ টোপোলা
- বহু আপত্তিজনক নথি-পত্ৰও লোকজনৰ পৰা উদ্ধাৰ কৰে ৰে'ল আৰক্ষীয়েগুৱাহাটী ৰে'ল ষ্টেচন আটক সন্দেহযুক্ত লোক
Intro:গুৱাহাটী ৰেলৱে আৰক্ষীয়ে আজি পুৱা অনুসন্ধান চলাই এজন সন্দেহ জনক ব্যক্তিক আটক কৰে ।আটক কৰা ব্যক্তি জনৰ নাম মনোজ শইকীয়া । ডিমাপুৰৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰেলত গৈ থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই তেওঁৰ পৰা সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে।
Body:জানিব পৰা মতে ডিমাপুৰৰ পৰা কোচ বিহাৰলৈ মনোজ শইকীয়াই টেবলেট সদৃশ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সৰ্বমুঠ 15 তা টেবলেটৰ টোপোলা উদ্ধাৰ কৰাৰ লগতে সন্দেহজনক নথি পত্ৰ উদ্ধাৰ হৈছে মনোজ শইকীয়াৰ পৰা।
Conclusion: