- মহানগৰীত ডকাইতৰ ৰূপত খাকী পোছাকধাৰী
- জিআৰপিৰ জোৱানে লুটিলে যাত্ৰীৰ ধন (GRP jawan looted money)
- এই ঘটনা সংঘটিত হৈছে গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station)
- আবুল হুছেইন নামৰ জিআৰপি জোৱানজনে (GRP Jawan Abul Hussain) দেওবাৰে এগৰাকী যাত্ৰীৰ পৰা 2.50 লাখ টকা কাঢ়ি ৰাখিছিল
- আবুলে হাজোৰ নিজা বাসগৃহত টকাখিনি লুকুৱাই থৈছিল
- হাৰিয়ানাৰ গিৰিধৰ লাল নামৰ যাত্ৰীগৰাকীক তালাচীৰ সময়ত আবুলে সংঘটিত কৰে এই ঘটনা
- যাত্ৰীজনে এজাহাৰ দাখিল কৰাত জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে আবুলক গ্ৰেপ্তাৰ কৰে
- দেওবাৰে ধৃত আবুলৰ হাজোৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই টকাখিনি উদ্ধাৰ কৰে
GRP jawan looted money: জিআৰপিৰ জোৱানে লুটিলে যাত্ৰীৰ ধন
গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ডকাইতৰ ৰূপত জিআৰপি জোৱান ৷ আবুল হুছেইন নামৰ জিআৰপি জোৱানজনে (GRP Jawan Abul Hussain) তালাচীৰ সময়ত দেওবাৰে এগৰাকী যাত্ৰীৰ পৰা 2.50 লাখ টকা কাঢ়ি ৰাখিছিল ৷