ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া চিকিৎসা শিবিৰ - আয়ুৰসুন্দ্ৰা

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । মঙলবাৰে আয়োজিত শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাই ৫০ গৰাকী মহিলা সাংবাদিকে ।

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া চিকিৎসা শিবিৰ

author img

By

Published : Jan 5, 2021, 3:08 PM IST

গুৱাহাটী ,৫ জানুৱাৰী : গুৱাহাটীৰ সাংবাদিক তথা সংবাদকৰ্মীসকলৰ বাবে বিভিন্ন সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিশেষকৈ বিগত প্ৰায় এবছৰৰ পৰা বিভিন্ন হাস্পতালৰ সহযোগত প্ৰেছ ক্লাবে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছে । মঙলবাৰেও গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাই ৫০ গৰাকী মহিলা সাংবাদিকে ।

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া চিকিৎসা শিবিৰ
গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া চিকিৎসা শিবিৰ

আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ আয়না বৰঠাকুৰ,চিকিৎসক মধুস্মিতা দাস,জনসংযোগ প্ৰবন্ধক কংকন তালুকদাৰ,সহকাৰী প্ৰবন্ধক গৌৰৱ প্ৰতিম দে’,উপ প্ৰবন্ধক মনোজ হালৈ,চিকিৎসা কৰ্মী দিপীকা বৈশ্য,কুইন হবিত আৰু আজমিনা বেগমে শিবিৰত সেৱা আগবঢ়ায় ৷ স্বাস্থ্য় শিবিৰৰ পিছতে মহিলা সাংবাদিকসকল যথেষ্ট উপকৃত হোৱা বাবে প্ৰেছ ক্লাবলৈ কৃতজ্ঞতা প্ৰকাশ কৰে সাংবাদিকসকলে ৷

লগতে পঢ়ক : পানবজাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.