- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সুঃখবৰ
- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিলে লাভ কৰিব চৰকাৰৰ পৰা মাননি
- বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক খোৱা বোৱাৰ বাবদ চৰকাৰে দিব ৭০০ টকা
- চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ আৱাসীসকলে লাভ কৰিব এই সুবিধা
- গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কে বি ভি এচ এণ্ড এ ষ্টাডিজ বিশ্ববিদ্যালয় অধ্যয়নৰত শিক্ষাৰ্থীক মাননি প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ
হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীলৈ সুঃখবৰ - GAUHATI UNIVERSITY
ৰাজ্যৰ শিক্ষা বিভাগৰ নতুন ঘোষণা ৷ হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে দিব মাননি ৷
হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীলৈ সুঃখবৰ
- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সুঃখবৰ
- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিলে লাভ কৰিব চৰকাৰৰ পৰা মাননি
- বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক খোৱা বোৱাৰ বাবদ চৰকাৰে দিব ৭০০ টকা
- চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ আৱাসীসকলে লাভ কৰিব এই সুবিধা
- গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কে বি ভি এচ এণ্ড এ ষ্টাডিজ বিশ্ববিদ্যালয় অধ্যয়নৰত শিক্ষাৰ্থীক মাননি প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ
Intro:হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ।
হোষ্টেলত থকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক খোৱা বোৱাৰ বাবে মাহে ৭০০ টকাকৈ দিব চৰকাৰে।
চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ আৱাসীসকলে লাভ কৰিব এই সুবিধা।
গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কে বি ভি এচ এণ্ড এ ষ্টাডিজ বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীলৈ এই মাননি প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ। Body:Hirul Haque Conclusion:Guwahati