ETV Bharat / state

মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ

চৰকাৰী অনুমোদন অবিহনে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে বিজ্ঞাপনৰ টোপ দিয়া কাৰ্যক তীব্ৰ গৰিহণা সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৷

মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ
author img

By

Published : Mar 30, 2019, 6:50 PM IST

গুৱাহাটী,30 মাৰ্চঃ সংখ্যালঘু জনতাক ভুৱা টোপ দিয়াৰ অভিযোগত শনিবাৰে দিশপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ বিৰুদ্ধে ৷

ETV BHARAT
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ
চৰকাৰী অনুমোদন অবিহনেই গাড়ী, কম্পিউটাৰ, চিলাই মেচিন দিয়াৰ বিজ্ঞাপন বিজেপিৰ সংখ্যালঘু কোষৰ ।

কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত চৈয়দ মমিনুল আৱালে দিয়া এই ভুৱা বিজ্ঞাপনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শনিবাৰে বিভাগটোৰ এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ৷

অতিশীঘ্ৰে বিভাগটোৰ পৰা মমিনুল আৱালক বৰ্খাস্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৰ কাৰ্যকৰী সভাপতি মকবুল হুছেইনে । ইফালে মমিনুল আৱালক সংখ্যালঘু জনতাক লৈ কুটিল ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে ।

উল্লেখযোগ্য যে, এক আৰ টি আই তথ্যত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ ভুৱা বিজ্ঞাপনৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ।

কিছুদিন পূৰ্বে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে প্ৰকাশ কৰিছিল বিজেপি মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ এই নিকৃষ্ট কাণ্ড । এতিয়া প্ৰশ্ন হয় শাসকীয় দলৰ এজন নেতাই সংঘটিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বলৈ সাহস হ’বনে আৰক্ষী-প্ৰশাসনৰ ৷

Intro:Headline- সংখ্যালঘু জনতাক ভুৱা টোপ মমিনুল আৱালৰ, দিশপুৰ থানাত এজাহাৰ দাখিল

সংখ্যালঘু জনতাক ভুৱা টোপ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ। চৰকাৰী অনুমোদন অবিহনেই গাড়ী, কম্পিউটাৰ, চিলাই মেচিন দিয়াৰ বিজ্ঞাপন বিভাগটোৰ। কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত চৈয়দ মমিনুল আৱালে দিয়া এই ভুৱা বিজ্ঞাপনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শণিবাৰে বিভাগটোৰ এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে। অতিশীঘ্ৰে বিভাগটোৰ পৰা মমিনুল আৱালক বৰ্খাস্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৰ কাৰ্যকৰী সভাপতি মকবুল হুছেইনে। ইফালে মমিনুল আৱালক সংখ্যালঘু জনতাক লৈ কুটিল ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে। উল্লেখযোগ্য যে এক আৰ টি আই তথ্যত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ ভুৱা বিজ্ঞাপনৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল।

Body:কিছুদিন পূৰ্বে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে প্ৰকাশ কৰিছিল বিজেপি মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ এই নিকৃষ্ট কাণ্ড।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.