গুৱাহাটী,10 জুলাইঃ যতে ততে জাবৰ পেলোৱা অভ্যাস আছে নেকি আপোনাৰ ! তেন্তে সাৱধান থাকক ৷ জাবৰ পেলালেই ৰোষত পৰিব পাৰে স্পেচিয়েল স্কোৱাডৰ ৷ কিয়নো মহানগৰীত গুৱাহাটীৰ পৌৰ নিগমে গঠন কৰিলে স্পেচিয়েল স্কোৱাড ৷ গুৱাহাটীৰ লেতেৰা সমূহ চাফা কৰিবলৈ গুৱাহাটী পৌৰ নিগমে গঠন কৰিছে স্পেচিয়েল স্কোৱাড ৷ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,মহানগৰীৰ ৬ টা ৱাৰ্ডত থাকিব এটা এটা স্পেচিয়েল স্কোৱাড ৷ এই স্কোৱাড সমূহে জাৱৰ আৰু লেতেৰাৰে ভৰি থকা অঞ্চলত স্পেচিয়েল স্কোৱাড উপস্থিত হৈ জাৱৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিৱেশ সুস্থ কৰি তোলা ৷ আনহাতে,মহানগৰীৰ ব্যৱসায়ী সকলৰ বাবেও পৌৰ নিগমে গঠন কৰিছে নীতি ৷ এই নীতি যদি ব্যৱসায়ীসকলে অনুসৰণ নকৰে তেন্তে ১৬ তাৰিখৰ পৰা জৰিমনা ভৰিব লাগিব ব্যৱসায়ীসকলে ।
মহানগৰীত জাবৰ নিষ্কাশনৰ বাবে স্পেচিয়েল স্কোৱাড
পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,মহানগৰীৰ ৬ টা ৱাৰ্ডত থাকিব এটা এটা স্পেচিয়েল স্কোৱাড ৷ এই স্কোৱাৰ্ড সমূহে জাৱৰ আৰু লেতেৰাৰে ভৰি থকা অঞ্চলত স্পেচিয়েল স্কোৱাড উপস্থিত হৈ জাবৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিৱেশ সুস্থ কৰি তোলা
গুৱাহাটী,10 জুলাইঃ যতে ততে জাবৰ পেলোৱা অভ্যাস আছে নেকি আপোনাৰ ! তেন্তে সাৱধান থাকক ৷ জাবৰ পেলালেই ৰোষত পৰিব পাৰে স্পেচিয়েল স্কোৱাডৰ ৷ কিয়নো মহানগৰীত গুৱাহাটীৰ পৌৰ নিগমে গঠন কৰিলে স্পেচিয়েল স্কোৱাড ৷ গুৱাহাটীৰ লেতেৰা সমূহ চাফা কৰিবলৈ গুৱাহাটী পৌৰ নিগমে গঠন কৰিছে স্পেচিয়েল স্কোৱাড ৷ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,মহানগৰীৰ ৬ টা ৱাৰ্ডত থাকিব এটা এটা স্পেচিয়েল স্কোৱাড ৷ এই স্কোৱাড সমূহে জাৱৰ আৰু লেতেৰাৰে ভৰি থকা অঞ্চলত স্পেচিয়েল স্কোৱাড উপস্থিত হৈ জাৱৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিৱেশ সুস্থ কৰি তোলা ৷ আনহাতে,মহানগৰীৰ ব্যৱসায়ী সকলৰ বাবেও পৌৰ নিগমে গঠন কৰিছে নীতি ৷ এই নীতি যদি ব্যৱসায়ীসকলে অনুসৰণ নকৰে তেন্তে ১৬ তাৰিখৰ পৰা জৰিমনা ভৰিব লাগিব ব্যৱসায়ীসকলে ।
Body:মহানগৰীৰ দুৱাৰে দুৱাৰে জাৱৰ সংগ্ৰহ কৰাৰ বেচৰকাৰী সংস্থা গঠনৰ লগতে গঠন হল স্পেচিয়েল স্কোৱাৰ্ড । এই স্পেচিয়াল স্কোৱাৰ্ডৰ কাম হব আধৰুৱা হৈ থকা কাৰ্য সম্পূৰ্ণ কৰা । পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি ৬টা ৱাৰ্ডক আকৌ ৬ ভাগে ভাগ কৰি এটা এটা স্পেচিয়েল স্কোৱাৰ্ড ঘূৰিব অঞ্চল।
Bite:-দেৱেশ্বৰ মালাকাৰ।
কিন্তু সাৱধান হব আপুনি এই স্পেচিয়েল স্কোৱাৰ্ড ৰ পৰা কাৰণ যতে ততে যদি জাৱৰ পেলোৱাৰ অভ্যাস আছে তেন্তে সাৰি নাযাব আপুনিও ,ভূলবশত জাৱৰ পেলালেও সন্মুখীন হব পাৰে স্পেচিয়েল স্কোৱাৰ্ডৰ । ব্যৱসায়ি সকলৰ বাবেও গঠন কৰিছে পৌৰ নিগমে গঠন কৰিছে নীতি । এই নীতি যদি ব্যৱসায়ি সকলে অনুসৰণ নকৰে তেন্তে ১৬ তাৰিখৰ পৰা জৰিমনা ভৰিব লাগিব ব্যৱসায়ী সকলে।
Bite:-দেৱেশ্বৰ মালাকাৰ।
যি অঞ্চলত জাৱৰ আৰু লেতেৰা ভৰি থাকিব সেই অঞ্চলত স্পেচিয়েল স্কোৱাৰ্ড উপস্থিত হৈ সকলো জাৱৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিবেশ সুস্থ কৰি তুলিব।
Conclusion:বিভিন্ন সময়ত বিভিন্ন বিভাগত গঠন কৰা হৈছে স্পেচিয়েল স্কোৱাৰ্ড । পৌৰ নিগমৰ এই পদক্ষেপ প্ৰশংসনীয় হলেও অন্য বিভাগৰ স্পেচিয়েল স্কোৱাৰ্ড সমূহৰ দৰে এই স্পেচিয়েল স্কোৱাৰ্ড ব্যৰ্থ হব নে দেৱেশ্বৰ মালাকাৰৰ নেতৃত্বত এই স্পেচিয়েল স্কোৱাৰ্ড সফল হব নে নহয় সেয়া পৰিলক্ষিত হব অনাগত দিনত।