ETV Bharat / state

সেউজীয়া ফটকা ফুটাবলৈ মহানগৰবাসীক আহ্বান আয়ুক্ত দেৱাশীষ শৰ্মাৰ

author img

By

Published : Nov 3, 2021, 10:32 PM IST

গুৱাহাটীবাসীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ । তেওঁ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত সেউজীয়া ফটকা ফুটাবলৈ আহ্বান জনাইছে মহানগৰবাসীক ।

GMC Commissioner Devashish Sharma reacts
সেউজীয়া ফটকা ফুটাবলৈ মহানগৰবাসীক আহ্বান আয়ুক্ত দেৱাশীষ শৰ্মাৰ

গুৱাহাটী,৩ নৱেম্বৰ : দীপাৱলীৰ শুভ ক্ষণত সমূহ গুৱাহাটীবাসীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ । তেওঁ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত সেউজীয়া ফটকা ফুটাবলৈ আহ্বান জনাইছে মহানগৰবাসীক ।

ৰাস্তাত আতচবাজী ফুটুৱাৰ বিপৰীতে মহানগৰবাসীক নিজৰ ঘৰৰ চৌহত আতচবাজী ফুটাবলৈ আহ্বান জানায় । ফটকাৰ পৰা উৎপাদন হোৱা আৱৰ্জনাবোৰ সুকীয়াকৈ ঘৰৰ কাষত থলে পৌৰ নিগমৰ কৰ্মী সকলৰ আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰিবলৈ সুবিধা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে দেৱাশীষ শৰ্মাই ৷

তদুপৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰোতে নাগৰিক নিচাপে যি দায়িত্ব সেয়া পালন কৰিবলৈ দেৱাশীষ শৰ্মা আহ্বান জনায় মহানগৰবাসীক ৷

লগতে পঢ়ক: দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.