ETV Bharat / state

কামাখ্যা ৰে'ল ষ্টেচনত ড্ৰাগছসহ মেঘালয়ৰ ছাত্ৰ আটক

কামাখ্যা ৰে'ল ষ্টেচনত চিআৰপিএফৰ অভিযানত আটক ড্ৰাগছসহ আটক মেঘালয়ৰ এজন ছাত্ৰ ৷

Ghy Drugs seized : CRPF arrest a Meghalya's student
কামাখ্যা ৰে'ল ষ্টেচনত ড্ৰাগছসহ মেঘালয়ৰ ছাত্ৰ আটক
author img

By

Published : Jan 23, 2020, 11:47 PM IST

গুৱাহাটী,23 জানুৱাৰী: বৃহস্পতিবাৰে নিশা কামাখ্যা ৰেল ষ্টেচনত চিআৰপিএফৰ অভিযান । ৩নং প্লেটফৰ্মত অভিযান চলাই জব্দ কৰে এক পেকেট ড্ৰাগছ । প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ আছিল পেকেটোত । ড্ৰাগছ খিনি সৰবৰাহ কৰা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে আটক কৰিছে এগৰাকী ছাত্ৰ । ধৃত ছাত্ৰজন মেঘালয়ৰ উমেন পাংগিং । ইফালে পল্টন বজাৰৰ পৰা এগৰাকী মহিলাৰ পৰা 50 হাজাৰ টকাত ড্ৰাগছখিনি ক্ৰয় কৰা বুলি ভাষ্য প্ৰদান কৰে ছাত্ৰজনে । মালিগাঁও কামাখ্যা ৰে'ল ষ্টেচনৰ পৰা চিলাপথাৰলৈ যোৱাৰ সময়ত নিচাযুক্ত সামগ্ৰীসহ আটক কৰে উমেন পাংগিঙক ।

কামাখ্যা ৰে'ল ষ্টেচনত ড্ৰাগছসহ মেঘালয়ৰ ছাত্ৰ আটক

লগতে পঢ়ক:গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ 320 জাঁই সজীৱ গুলী

Intro:বৃহস্পতিবাৰে নিশা কামাখ্যা ৰেল ষ্টেচনত আৰ পি এফৰ অভিযান। ৩নং প্লেটফৰ্মত অভিযান চলাই জব্দ কৰে এক পেকেট ড্ৰাগছ। প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ আছিল পেকেটোত। ড্ৰাগছ খিনি সৰবৰাহ কৰা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে আটক কৰিছে এগৰাকী ছাত্ৰ। ধৃত ছাত্ৰজন মেঘালয়ৰ উমেন পাংগিং। ইফালে পল্টন বজাৰৰ পৰা এগৰাকী মহিলাৰ পৰা 50 হাজাৰ টকাত ড্ৰাগছখিনি ক্ৰয় কৰা বুলি ভাষ্য প্ৰদান কৰে ছাত্ৰজনে। মালিগাঁও কামাখ্যা ৰে'ল ষ্টেচনৰ পৰা চিলাপথাৰলৈ যোৱাৰ সময়ত নিচাযুক্ত সামগ্ৰীসহ আটক কৰে উমেন পাংগিঙক।

Video- RTU format
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.