ETV Bharat / state

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়চুক

জালুকবাৰী-খানাপাৰা অভিমুখী পথত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই উত্তপ্ত হৈ পৰে গড়চুক ৷

author img

By

Published : May 31, 2019, 7:31 PM IST

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়চুক
  • 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
  • জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত সংঘটিত হৈছিল পথ দুৰ্ঘটনা
  • As01 DU 3997 নম্বৰৰ চুইফট বাহন খনত এছএছবিৰ As01BC7886 নম্বৰৰ ট্ৰাকখনে খুন্দিয়াই পলায়ন কৰে
  • গড়চুক আৰক্ষী আৰু যানবাহন শাখাৰ লোকে বাহনখন জব্দ কৰাৰ লগে লগে SSB ৰ লোকে অশ্লীল গালি গালাজ কৰে
  • সম্প্ৰতি বাহন দুখন গড়চুক যান-বাহন শাখাত আৰক্ষীয়ে জব্দ কৰে
  • ৰঙিয়াৰ পৰা নগাঁৱলৈ সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল ট্ৰাকখন

Intro:৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত সংঘটিত হৈছিল পথ দুৰ্ঘটনা।

As01 DU 3997 নম্বৰৰ চুইফট বাহন খনত এছএছবিৰ As01BC7886 নম্বৰৰ ট্ৰাকখনে খুন্দিয়াই পলায়ন কৰে।

গড়চুক আৰক্ষী আৰু যানবাহন শাখাৰ লোকে বাহনখন জব্দ কৰাৰ লগে লগে Ssbৰ লোকে অশ্লীল গালি গালাজ কৰে।

সম্প্ৰতি বাহন দুখন গড়চুক যান বাহন শাখাত আৰক্ষীয়ে জব্দ কৰে।

ৰঙিয়াৰ পৰা নগাঁও লৈ সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল ট্ৰাকখন।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.