ETV Bharat / state

বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! - গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা । বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ বাদে অন্য বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী!
author img

By

Published : Jun 9, 2019, 9:33 PM IST

গুৱাহাটী, 9 জুন: ধাৰাবাহিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰীক দুৰ্বৃত্তৰ শ্লীলতা হানিৰ ঘটনা । ছাত্ৰসমাজৰ প্ৰতিবাদৰ পিছতেই নিৰাপত্তাৰ ক্ষেত্ৰত তৎপৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । নিৰাপত্তাৰ দিশত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত সন্ধিয়া 6 বজাৰ পাচত অন্য বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা । বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ বাদে অন্য বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । তাৰোপৰি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত লগোৱা হৈছে চিচি কেমেৰা। কিন্তু ইমানৰ পাচতো সুৰক্ষিত নহয় ছাত্ৰী ।

বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী!

বিশ্ববিদ্যালয়ৰ কটকটীয়া নিৰাপত্তাৰ পাচতেই এইবাৰ বিশ্ববিদ্যালয়ৰ বাহিৰত সংঘটিত হৈছে ছাত্ৰী নিৰ্যাতনৰ ঘটনা । শনিবাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰত পুনৰ ছাত্ৰীক নিৰ্যাতন হোৱা ঘটনাই চিন্তাত পেলাইছে সচেতন মহলক ৷ যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ লগতে ছাত্ৰী সকলে শীঘ্ৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই ।

Intro:ধাৰাবাহিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰীক দুৰ্বৃত্তৰ শ্লীলতা হানিৰ ঘটনা। ছাত্ৰসমাজৰ প্ৰতিবাদৰ পিছতেই নিৰাপত্তা ক্ষেত্ৰত তৎপৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। নিৰাপত্তাৰ দিশতো গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ ভিতৰত সন্ধিয়া ৬বজাত পিছত অন্য সকলো বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ বাদে অন্য বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। তাৰোপৰি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত চিচি কেমেৰা লগোৱা হৈছে। কিন্তু এতিয়াও অসুৰক্ষিত নহয় ছাত্ৰী।

Body:বিশ্ববিদ্যালয়ৰ কটকটীয়া নিৰাপত্তাৰ পিছতেই এইবাৰ বিশ্ববিদ্যালয়ৰ বাহিৰত সংঘটিত হৈছে ছাত্ৰী নিৰ্যাতনৰ ঘটনা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ লগতে ছাত্ৰী সকলে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে স্মাৰ্ট চিটি গুৱাহাটীতেই এতিয়া অসুৰক্ষিত ছাত্ৰী।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.