ETV Bharat / state

বৃহস্পতিবাৰে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Dec 19, 2019, 7:57 PM IST

বৃহস্পতিবাৰে বিয়লি 5 বজাৰ ভিতৰত ৰাজ্য চৰকাৰক ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশনা জাৰি উচ্চ ন্যায়ালয়ৰ ৷

উচ্চ ন্যায়ালয়
উচ্চ ন্যায়ালয়

গুৱাহাটী, 19 ডিচেম্বৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিয়লি 5 বজাৰ ভিতৰত ৰাজ্য চৰকাৰক ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি কৰ্তন কৰি ৰখা হৈছিল ইন্টাৰনেট সেৱা ৷

এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ মন্তব্য

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰ

Intro:বিয়লি ৫ বজাত ইণ্টাৰনেটত সেৱা উপলদ্ধ কৰোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

Body:গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃস্পতিবাৰে ৰাজ্য চৰকাৰক ইণ্টাৰনেটত সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ জাৰি কৰে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি হোৱা উত্তপ্ত পৰিস্থিতি লক্ষ ৰাখি ৰাজ্য চাৰকাতে ইণ্টাৰনেটত বন্ধ কৰি ৰাখিছে ইণ্টাৰনেটত সেৱা। বৃস্পতিবাৰে বিয়লি পাঁচ বজাত ভিতৰত মোবাইল সেৱা মুকলি দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। চাৰি জানে ৰাজহুৱা স্বাৰ্থজনিত এক গোচৰ ভিত্তিত দুঘণ্টা ধৰি শুনানামি অন্তত মঞ্জিত ভূঞা আৰু সমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপিঠি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্য চৰকাৰক জাৰি কৰে। যাৰ পূৰ্বেও মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মোবাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিছিল। ৰাজ্য চৰকাৰে অইন শৃংখলাজনিত কাৰণৰ দোহাই দি এই নিৰ্দেশৰ পুনৰীক্ষনৰ আবেদন কৰিছিল।

Bite অৰূপ বৰবৰা জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.