ETV Bharat / state

গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন - গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন

মহানগৰীৰ গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন সমিতিয়ে আয়োজন কৰে জলছাহ । বিশ্বশান্তিৰ হকে আল্লাৰ ওচৰত এক সমজুৱা দোৱাৰ আয়োজন

গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন
author img

By

Published : May 2, 2019, 10:39 PM IST

গুৱাহাটী, 2 মে': বুধবাৰে মহানগৰীৰ গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন সমিতিৰ জলছাহৰ আয়োজন । এই অনুষ্ঠানত অনুষ্ঠিত কৰা হয় মক্তব প্ৰতিযোগিতাৰ, য'ত অঞ্চলটোৰ বহু শিশু তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ।

গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন

আৰু পঢ়কঃ বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং

সমাজৰ বৰ্তমানৰ পৰিস্থিতি তথা ইছলাম ধৰ্মীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় এই অনুষ্ঠানত । ইফালে বৃহস্পতিবাৰে এই জলছাহ উপলক্ষে বিশ্বশান্তিৰ উদ্দেশ্যে আল্লাৰ ওচৰত এক সমজুৱা দোৱাও অনুষ্ঠিত কৰা হয়। জলছাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কৌতুক অভিনেতা তথা খেপো মামা খ্যাত তাজিৰ আহমেদকে ধৰি কেইগৰাকীও ধৰ্মীয় গুৰু ।

Intro:বুধবাৰে মহানগৰীৰ গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন সমিতিয়ে আয়োজন কৰে জলচাহৰ। এই অনুষ্ঠানত মক্তব প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। যত অঞ্চলটোৰ বহু শিশু তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। সমাজৰ বৰ্তমানৰ পৰিস্থিতি তথা ইছলাম ধৰ্মীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় এই অনুষ্ঠানত। Body:ইফালে বৃহস্পতিবাৰে এই জলছাহ উপলক্ষে বিশ্বশান্তিৰ হকে আল্লাহৰ ওচৰত এক সমজুৱা দোৱা অনুষ্ঠিত হয়। এই জলছাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কৌতুক অভিনেতা তথা খেপো মামা খ্যাত তাজিৰ আহমেদ, হোজাই জালালিয়াৰ মুহাদ্দিছ হজৰত মৌলানা শ্বেইখ মঃ চামচুদ্দিন চাহাব, সদৌ অসম দ্বিনী তালিম ব'ৰ্ডৰ সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুল কাদিৰ কাছিমী, অসম ৰাজ্যিক জমিয়ত উলামৰ সাধাৰণ সম্পাদক হজৰত মৌলানা ফজলুল কৰিম কাছিমীকে ধৰি কেইগৰাকীও ধৰ্মীয় গুৰু।Conclusion:Hirul Haque...guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.