গুৱাহাটী, 28 জুলাই : বিত্ত বিভাগৰ শেহতীয়া প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া হিমন্তৰ ৷ কংগ্ৰেছৰ শাসন কালতকৈ বিজেপিৰ দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ । কংগ্ৰেছৰ দিনত পুঁজি ব্যৱহাৰ হৈছিল 40 শতাংশ বৰ্তমান এই পুঁজিৰ ব্যৱহাৰ 70 শতাংশ হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । অসমৰ দৰে ৰাজ্যত কোনো কালেই 100 শতাংশ পুঁজি ব্যৱহাৰ কৰিব নোৱাৰে বুলি ক’লে হিমন্ত বিশ্ব শৰ্মাই । 100 শতাংশ খৰছ কৰাটো অসম্ভৱ বুলিও তেওঁ জনায় ৷ 29 জুলাইত বিধান সভাত বিত্ত বিভাগে দাখিল কৰিব সম্পূৰ্ণ প্ৰতিবেদন আৰু 70 হাজাৰ কোটি টকা ক’ত কেনেকৈ খৰছ হল সকলো হিচাপ দিব বিত্ত বিভাগে । এই মন্তব্য হিমন্ত বিশ্বৰ ৷
বিজেপিৰ দিনত পুঁজিৰ ব্যৱহাৰ বৃদ্ধি হোৱা বুলি মন্তব্য হিমন্তৰ
কংগ্ৰেছৰ শাসন কালতকৈ বিজেপিৰ দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ ৷ অসমৰ দৰে ৰাজ্যত 100 শতাংশ পুঁজি ব্যৱহাৰ কৰিব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ
গুৱাহাটী, 28 জুলাই : বিত্ত বিভাগৰ শেহতীয়া প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া হিমন্তৰ ৷ কংগ্ৰেছৰ শাসন কালতকৈ বিজেপিৰ দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ । কংগ্ৰেছৰ দিনত পুঁজি ব্যৱহাৰ হৈছিল 40 শতাংশ বৰ্তমান এই পুঁজিৰ ব্যৱহাৰ 70 শতাংশ হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । অসমৰ দৰে ৰাজ্যত কোনো কালেই 100 শতাংশ পুঁজি ব্যৱহাৰ কৰিব নোৱাৰে বুলি ক’লে হিমন্ত বিশ্ব শৰ্মাই । 100 শতাংশ খৰছ কৰাটো অসম্ভৱ বুলিও তেওঁ জনায় ৷ 29 জুলাইত বিধান সভাত বিত্ত বিভাগে দাখিল কৰিব সম্পূৰ্ণ প্ৰতিবেদন আৰু 70 হাজাৰ কোটি টকা ক’ত কেনেকৈ খৰছ হল সকলো হিচাপ দিব বিত্ত বিভাগে । এই মন্তব্য হিমন্ত বিশ্বৰ ৷
Body:কংগ্ৰেছৰ শাসন কালতকৈ 30 শতাংশৰো অধিক পুঁজি ব্যৱহাৰ কৰিছে বি জে পি য়ে। 100 শতাংশ খৰছ কৰা অসম্ভব। কংগ্ৰেছৰ দিনত কোনেও প্ৰশ্ন নকৰিলে কিন্তু বি জে পিৰ দিনত 70 শতাংশ হোৱাত প্ৰশ্ন উত্থাপন কৰাতকৈ পুৰস্কাৰ হে দিব লাগে বি জে পি চৰকাৰক। 29 তাৰিখৰ বিধান সভাত বিত্ত বিভাগে দাখিল কৰিব সম্পূৰ্ণ প্ৰতিবেদন । 70 হাজাৰ কোটি টকা কত কেনেকৈ খৰছ হল সকলো হিচাব দিব বিত্ত বিভাগে।
Conclusion: লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ দৰে দুখীয়া ৰাজ্যই বছৰত 70 পৰা 80 হাজাৰ কোটি টকাতকৈ খৰচ কৰিব নোৱাৰে । ইয়াত কৈ বেছি খৰছ কৰিবলৈ হলে যতে ততে টেক্স বঢ়াব লাগিব বুলি কলে বিত্ত মন্ত্ৰী গৰাকীয়ে।