ETV Bharat / state

দেওবাৰৰ দিনঃ গাড়ীখন লৈ ওলাই যাম বুলি ভাবিছে নেকি?

দেওবাৰে মহানগৰীত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য৷ দেওবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য 44 পইচাকৈ হ্ৰাস পোৱাৰ বিপৰীতে 18 পইচাকৈ হ্ৰাস পায় ডিজেলৰ মূল্য ৷

গুৱাহাটীত নিম্নগামী পেট্ৰ'ল-ডিজেলৰ মূল্য
author img

By

Published : May 12, 2019, 10:45 AM IST

গুৱাহাটী, 12 মে: দেওবাৰৰ দিনটোত গাড়ীখন লৈ ওলাই যাম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে তেল ডিপোত আপুনি খৰচ কৰিব লাগিব পূ্ৰ্বৰ তুলনাত কম ধন ৷ কিয়নো দেওবাৰে মহানগৰীত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য৷ দেওবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য 44 পইচাকৈ হ্ৰাস পোৱাৰ বিপৰীতে 18 পইচাকৈ হ্ৰাস পায় ডিজেলৰ মূল্য ৷

গুৱাহাটীত নিম্নগামী পেট্ৰ'ল-ডিজেলৰ মূল্য

সোমবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য 71.23 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য 66.55 টকা হয়গৈ ৷

Intro:আজি চতুৰ্থ দিনত পুনৰ হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:আজি পুনৰ হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য । পেট্ৰল ৪৪ পইচা ডিজেলৰ ১৮ পইছাকৈ হ্ৰাস পালে। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭১.২৩ (71.23) টকা আৰু ডিজেলৰ মূল্য ৬৬.৫৫ (66.55)।

Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.