ETV Bharat / state

পবিতৰাত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By

Published : Jul 22, 2019, 5:45 PM IST

পবিতৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মত বিনিময় কৰিলে বন কৰ্মীসকলৰ সৈতে ৷

পবিতৰাত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

মায়ং, 22 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে বিভীষিকা সৃষ্টি কৰাৰ সমান্তৰালকৈ পবিতৰা অভয়াৰণ্যটো বানে বিস্তৰ ক্ষতি সাধন কৰে । পবিতৰাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ পবিতৰাত সোমবাৰে উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য । যন্ত্ৰচালিত নাৱেৰে পবিতৰাৰ ভিতৰত প্ৰৱেশ কৰি বন কৰ্মীৰে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বন কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । যদিও পবিতৰাৰ ক্ষেত্ৰত কোনো বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত নকৰে মন্ত্ৰীগৰাকীয়ে ।

Intro:পবিতৰাত বন মন্ত্ৰী পৰিমল শুক্লবদ্য।Body:Anchor.
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংহাৰি বানে বিভিষিকা সৃষ্টি কৰাৰ সমান্তৰালকৈ পবিতৰা অভয়াৰন্যটো বানে বিস্তৰ ক্ষতি সাধন কৰে। শেহতিয়াকৈ সংবাদ মাধ্যমত বন বিভাগৰ তৰফৰ পৰা পবিতৰাক মাহিঅাইৰ দৃষ্টিৰে চোৱা বুলি বাতৰি পৰিবেশন হোৱাৰ পাছত অাজি উপস্থিত হয় বন মন্ত্ৰী গৰাকী।
পবিতৰাৰ অভ্যন্তৰত মন্ত্ৰী গৰাকীয়ে যন্ত্ৰ চালিত নাৱেৰে প্ৰবেশ কৰে অাৰু বন কৰ্মীৰে মত বিনিময় কৰে। যদিও পবিতৰাৰ ক্ষেত্ৰত কোনো বিশেষ অাচনি গ্ৰহন কৰাৰ কথা ব্যক্ত নকৰে। চাবলৈ গ'লে মন্ত্ৰী গৰাকীৰ এই ভ্ৰমন এক নিউমাফিক ভ্ৰমন বুলি ক'ব পাৰি।
Byte. Forest Minister.
Reported by Champak Deka. MayongConclusion:পবিতৰাৰ অভ্যন্তৰত মন্ত্ৰী গৰাকীয়ে যন্ত্ৰ চালিত নাৱেৰে প্ৰবেশ কৰে অাৰু বন কৰ্মীৰে মত বিনিময় কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.