গুৱাহাটী, 24 এপ্ৰিল : লক ডাউনৰ সময়ত দিছপুৰ সমষ্টিৰ ১৪ মাইল মৰগদোলা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম বন কৰ্মচাৰী সন্থাৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মৰগদোলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল বসবাস কৰা দৰিদ্ৰ আৰু দিন হাজিৰা কৰা লোকসকলক চাউল, দালি,আলু, পিয়াজ আদি যোগান ধৰে । খাদ্য যোগান ধৰাক লৈ মৰগদোলা বন বিভাগৰ কাৰ্যালয়ৰ বন বিভাগৰ বন বিষয়া জয়ন্ত কলিতাই কয় যে, "এই সময় সকলো ওলাই আহিব লাগে দিন হাজিৰা আৰু দৰিদ্ৰ লোকৰ সহায়ৰ বাবে । আমি আজি ১৫০ ঘৰ দৰিদ্ৰ,দিন হাজিৰা কৰা পৰিয়ালক খাদ্যৰ যোগান ধৰিছো ।" বন বিভাগৰ এই কাৰ্যৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷
দৰিদ্ৰ লোকক খাদ্যৰ যোগান সদৌ অসম বন কৰ্মচাৰী সন্থাৰ - স্থানীয় ৰাইজে
সদৌ অসম বন কৰ্মচাৰী সন্থাৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মৰগদোলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত খাদ্য-সামগ্ৰী বিতৰণ ৷
![দৰিদ্ৰ লোকক খাদ্যৰ যোগান সদৌ অসম বন কৰ্মচাৰী সন্থাৰ food-distribution-by-all-assam-forest-employee-assosation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6922361-thumbnail-3x2-ghyyy.jpg?imwidth=3840)