গুৱাহাটী, 6 জুলাইঃ গধুলি অহা এজাক বৰষুণতে ডুব গ'ল গুৱাহাটী মহানগৰী ৷ প্ৰায় ১০ মিনিটৰ এজাক ধাৰাষাৰ বৰষুণত মহানগৰীৰ জালুকবাৰী, মালিগাঁৱত, ভৰলুমুখৰ লগতে বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয় । ৰাজপথৰ হোৱা বানৰ ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়, সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। লগতে ৰাজপথত একাঠু পানী হোৱাৰ বাবে যান-বাহন চলাচল কৰাতো বিশেষ অসুবিধাৰ সন্মুখীন হৈছে । মুঠৰ ওপৰত এজাক বৰষুণতে উটি গ'ল স্মাৰ্ট চিটি গুৱাহাটীৰ আভিজাত্য ।
এজাক বৰষুণতে ডুব গ'ল গুৱাহাটী - etv bharta assam
10 মিনিটৰ বৰষুণে ম্লান কৰিলে স্মাৰ্ট চিটি গুৱাহাটীৰ আভিজাত্য
এজাক বৰষুণতে ডুব গ'ল গুৱাহাটী
গুৱাহাটী, 6 জুলাইঃ গধুলি অহা এজাক বৰষুণতে ডুব গ'ল গুৱাহাটী মহানগৰী ৷ প্ৰায় ১০ মিনিটৰ এজাক ধাৰাষাৰ বৰষুণত মহানগৰীৰ জালুকবাৰী, মালিগাঁৱত, ভৰলুমুখৰ লগতে বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয় । ৰাজপথৰ হোৱা বানৰ ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়, সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। লগতে ৰাজপথত একাঠু পানী হোৱাৰ বাবে যান-বাহন চলাচল কৰাতো বিশেষ অসুবিধাৰ সন্মুখীন হৈছে । মুঠৰ ওপৰত এজাক বৰষুণতে উটি গ'ল স্মাৰ্ট চিটি গুৱাহাটীৰ আভিজাত্য ।
Intro:এজাক বৰষুণতে ডুব গ'ল অভিজাত গুৱাহাটী মহানগৰী প্ৰায় ১০ মিনিটৰ এজাক ধাৰাষাৰ বৰষুণত বানৰ সৃষ্টি হয়। এই বৰষুণত মহানগৰীৰ জালুকবাৰী, মালিগাঁৱত, ভৰলুমুখৰ লগতে বিভিন্ন অঞ্চলত বানৰ সৃষ্টি হয়। ৰাজপথৰ হোৱা বানৰ ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয় মহানগৰীত। তাৰোপৰি তীব্ৰ যানজঁটৰো সৃষ্টি হৈছে মহানগৰীত। ৰাজপথত এআঠু পানী হোৱাৰ বাবে যানবাহন চলাচল কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে মহানগৰীবাসী। মুঠৰ ওপৰত এজাক বৰষুণতে উটি গ'ল স্মাৰ্ট চিটি গুৱাহাটীৰ আভিজাত্য।Body:Hirul Haque Conclusion:Guwahati