ETV Bharat / state

গুৱাহাটী-ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ - সৰ্বানন্দ সোনোৱাল

স্পাইছজেটে মুকলি কৰিলে 78 খন আসনযুক্ত দুখন বিমান ৷ যাত্ৰাৰ শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য,ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে

গুৱাহাটী - ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ
author img

By

Published : Jul 1, 2019, 3:19 PM IST

Updated : Jul 1, 2019, 7:32 PM IST

গুৱাহাটী,1 জুলাই :এক ঐতিসাহিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । আজিৰে পৰা গুৱাহাটী আৰু ঢাকাৰ বায়ুপথত দৈনিকভাৱে বিমানসেৱা আগবঢ়াব দেশৰ বিমান পৰিবহণ প্ৰতিষ্ঠান স্পাইছজেটে।গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰিবলগীয়া প্ৰথমখন আকাশীযান বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,সিদ্ধাৰ্থ ভট্টাচাৰ্য,ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ চাহ মহম্মদ টনভিৰ মনচুৰ,লগতে স্পাইছজেট আৰু বিমান বন্দৰ কৰ্তৃপক্ষৰ বহু বিশিষ্ট ব্যক্তি।

গুৱাহাটী - ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ

গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰি স্পাইছজেটে 78 খন আসনযুক্ত বৰ্তমান দুখন বিমান আই এ চি এছৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিয়ে । দৈনিক 11.55 ত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু 2.10 ত ঢাকাৰ পৰা বিমান দুখন চলাচল কৰিব । এই বিমানকেইখনৰ জড়িয়তে সুবিধাসমূহ দুয়োখন দেশৰ নাগৰিকে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে। লগতে শৈক্ষিক, স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰণ দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ চাহ মহম্মদ টনভিৰ মনচুৰে।

Intro:এতিয়াৰে পৰা আৰু বেছি দুৰত্ব নহ'ব অসম আৰু বাংলাদেশৰ ঢাকাৰ মাজত । আৰম্ভ হ'ল অসম-ঢাকাৰ মাজত বিমানসেৱা । Body:Vo..এতিয়াৰে পৰা আৰু বেছি দুৰত্ব নহ'ব অসম আৰু বাংলাদেশৰ ঢাকাৰ মাজত । পুনৰ এক ঐতিসাহিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

PTC .

আজিৰে পৰা গুৱাহাটী আৰু ঢাকাৰ বায়ুপথত দৈনিকভাৱে বিমানসেৱা আগবঢ়াব দেশৰ বিমান পৰিবহন প্ৰতিষ্ঠান স্পাইছজেটে । স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰিবলগীয়া প্ৰথমখন আকাশীযানখন বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ফ্লেগঅফ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই ফ্লেগঅফ অনুস্থানত উপস্থিত থাকে পৰিবহন,উদ্যোগ আৰু বাণ্যিজিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,মন্ত্ৰী ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড° চাহ মহম্মদ টনভিৰ মনচুৰ,লগতে স্পাইছজেট আৰু Airport Authorityৰ বহু বিশিষ্ট ব্যক্তি ।
গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰি স্পাইছজেটে ৭৮ খন আসনযুক্ত বৰ্তমান দুখন বিমান আই এ চি এছৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিয়ে । দৈনিক ১১:৫৫ত গুৱাহাটী বৰঝাৰবিমানবন্দৰৰ পৰা আৰু ২:১০ত ঢাকাৰ দুখন বিমান চলাচল কৰিব । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰন দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত গৰাকীয়ে ।

Bite..সহকাৰী উচ্চ আয়ুক্ত,বাংলাদেশ ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি বিমানযাত্ৰা শুভাৰম্ভণি অনুস্থানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় । প্ৰধানমন্ত্ৰী গৰাকীৰ নেতৃত্বতে উত্তৰ-পুৰ্বাঞ্চলৰ কৃষকসকলে উৎপাদিত কৃষি সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাত সুবিধা হৈছে । আজিৰ এই বিমানকেইখনৰ জড়িয়তে এনেধৰনৰ সুবিধাসমুহ দুয়োখন দেশৰ নাগৰিকে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে । লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ নেতৃত্বত এটি সজাটি দল আজিৰ এই বিমানতে ঢাকালৈ ৰাওনা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

Bite..CM
Conclusion:নিশ্চয়কৈ এইবিমানসেৱাই অসম-ঢাকাৰ মাজত বিশেষ সম্পৰ্ক গঢ়ি তুলিব ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Jul 1, 2019, 7:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.