ETV Bharat / state

মহানগৰীৰ ক্ষেত্ৰীত গুলীচালনাৰ ঘটনা - Firing

পলায়ন কৰা গাড়ী চোৰ কেইটা কৰায়ত্ত কৰিবৰ বাবে চোৰক উদেশ্যি ৬ জাঁই গুলীচালনা কৰিব লগা হয় আৰক্ষীৰ দলটোৱে ৷

মহানগৰীৰ ক্ষেত্ৰীত গুলীচালনাৰ ঘটনা
author img

By

Published : Aug 12, 2019, 9:07 AM IST

গুৱাহাটী, 12 আগষ্ট: মহানগৰীৰ ক্ষেত্ৰীত সংঘটিত গুলীচালনাৰ ঘটনা ৷ দেওবাৰে সন্ধিয়া চোৰক উদ্দেশ্যি 6 জাই গুলীচালনা কৰিব লগা হয় আৰক্ষীৰ দলে ৷ ঘটনা অনুসৰি, মেঘালয়ৰ বৰ্ণীহাটৰ পৰা দিল্লীলৈ বুলি HR-46-D-2644 নম্বৰৰ চাহপাত ভৰ্তি ট্ৰাক খন যোৰাবাটৰ পৰা চুৰি কৰি লৈ যায় চোৰৰ এটা দলে ৷ ট্ৰাক খনৰ ড্ৰাইভাৰে যোৰাবাটত হোটেলত ভাত খাব সোমাওতেই চোৰে ট্ৰাক খন চুৰি কৰি লৈ যায় জাগীৰোড অভিমুখে ৷ এই খবৰ লাভ কৰি গাড়ী খনৰ পিচে পিচে অনুসৰণ কৰে ক্ষেত্ৰী আৰক্ষীয়ে । আৰক্ষীৰ দল প্ৰত্যক্ষ কৰি গাড়ী এৰি পলায়ন কৰে চোৰ কেইটাই ৷ সম্প্ৰতি চোৰ কেইটা বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷

Intro:মহানগৰীৰ ক্ষেত্ৰীত গুলীচালনা ঘটনা

Body:মেঘালয়ৰ বৰ্ণীহাটৰ পৰা দিল্লীলৈ বুলি চাহপাত ভৰ্তি (HR 46 D 2644) ট্ৰাক খন যোৰাবাটৰ পৰা চুৰি কৰি আনিছিল চোৰে। ড্ৰাইভাৰে হোটেলত ভাত খাব সোমাওতেই চোৰে ট্ৰাক খন চুৰি কৰি জাগীৰোড অভিমুখে লৈ আহে। এই খবৰ লাভ কৰি ক্ষেত্ৰী আৰক্ষীয়ে গাড়ী খনৰ পিছা লয়। আৰক্ষীক দেখি চোৰৰ গাড়ী এৰি চোৰৰ পলায়ন। চোৰক উদেশ্যি আৰক্ষীৰ ৬ জাই গুলি চালনা। সম্প্ৰতি চোৰক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য৷

Byte O.C
Driver
Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.