গুৱাহাটী, 12 ডিচেম্বৰঃ জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গুলীচালনাৰ ঘটনা । বৰঝাৰলৈ যোৱা অৱস্থাত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বাধা দিছিল । প্ৰায় ১ ঘণ্টা জালুকবাৰীত আৱদ্ধ হৈ আছিল উপ মুখ্যমন্ত্ৰীগৰাকী । তাৰ পাচতে উক্ত পথ ত্যাগ কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰে যোৱাৰ চেষ্টা কৰিছিল উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় । তাতো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসমাজে অৱৰোধ কৰে পথ । আৰক্ষীৰ বুজনিৰ পিছটো পথ এৰি নিদিয়ে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে ।
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আৰক্ষীৰ গুলীচালনা - জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসমাজে অৱৰোধ কৰে পথ । আৰক্ষীৰ বুজনিৰ পিছটো পথ এৰি নিদিয়ে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে

গুৱাহাটী, 12 ডিচেম্বৰঃ জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গুলীচালনাৰ ঘটনা । বৰঝাৰলৈ যোৱা অৱস্থাত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বাধা দিছিল । প্ৰায় ১ ঘণ্টা জালুকবাৰীত আৱদ্ধ হৈ আছিল উপ মুখ্যমন্ত্ৰীগৰাকী । তাৰ পাচতে উক্ত পথ ত্যাগ কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰে যোৱাৰ চেষ্টা কৰিছিল উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় । তাতো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসমাজে অৱৰোধ কৰে পথ । আৰক্ষীৰ বুজনিৰ পিছটো পথ এৰি নিদিয়ে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে ।
firing at guwahati aec
Conclusion: