- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত চলন্ত বাহনত অগ্নিকাণ্ড
- জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বাহন খন
- যান্ত্ৰিক বিজুতিৰ বাবে AS-01AL-5499 নম্বৰ টাটা ইণ্ডিকা বাহনখনত অগ্নিকাণ্ড
- কথমপি প্ৰাণৰক্ষা চালক আৰু এজন আৰোহীৰ গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড
- গড়চুক আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হয় এই ঘটনা
- অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই
- বাহনখনৰ গৰাকী অজয় কুমাৰ দাস আৰু ললিতা ভড়ালীৰ প্ৰাণৰক্ষা
গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড - JALUKBARI
মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত এখন চলন্ত ইণ্ডিকা বাহনত অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণৰক্ষা দুই আৰোহীৰ ৷
![গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3914354-thumbnail-3x2-car.jpg?imwidth=3840)
গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত চলন্ত বাহনত অগ্নিকাণ্ড
- জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বাহন খন
- যান্ত্ৰিক বিজুতিৰ বাবে AS-01AL-5499 নম্বৰ টাটা ইণ্ডিকা বাহনখনত অগ্নিকাণ্ড
- কথমপি প্ৰাণৰক্ষা চালক আৰু এজন আৰোহীৰ গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড
- গড়চুক আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হয় এই ঘটনা
- অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই
- বাহনখনৰ গৰাকী অজয় কুমাৰ দাস আৰু ললিতা ভড়ালীৰ প্ৰাণৰক্ষা
Intro:চলন্ত ইণ্ডিকা বাহনত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা দুই আৰোহীৰ
Body:গুৱাহাটী মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত চলন্ত ইণ্ডিকা বাহনত অগ্নিকাণ্ডৰ ঘটনা। জালুকবাৰীৰ পৰা খানাপাৰা অভিভুখে আহি থকা AS01 AL 5499 নম্বৰ টাটা ইণ্ডিকা বাহনখনত যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হয়। কথমপি প্ৰাণৰক্ষা পৰে চালক আৰু আৰোহীৰ। গড়চুক আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত বাহনখনৰ গৰাকী অজয় কুমাৰ দাস আৰু ললিতা ভড়ালীৰ প্ৰাণৰক্ষা পৰে। উল্লেখযোগ্য যে গুৱাহাটী ক্লাৱৰ পৰা ডিটিও অফিচলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো ।
Conclusion:Asrar Ansari
Guwahati