ETV Bharat / state

৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বিষয়ে জানো আহক

গুৱাহাটীত অনুষ্ঠিত হ'ব ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ৷ তাজ ভিভান্টাৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টাইমছ গ্ৰুপৰ সৈতে মিলিত হৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সহিতে অসমৰ যথেষ্ট কলা-কুশলী ৷

author img

By

Published : Nov 25, 2019, 8:19 PM IST

অসম পৰ্যটন বিভাগৰ সৈতে টাইমছ গ্ৰুপৰ বুজাবুজিৰ চুক্তি

গুৱাহাটী,25 নৱেম্বৰঃ বলীউডৰ তাৰকাৰে ভৰি পৰিব গুৱাহাটী মহানগৰী ৷ দেশৰ এক প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় বঁটা বিতৰণী অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ড পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব গুৱাহাটী মহানগৰীত ৷ 2020বৰ্ষৰ 15 ফেব্ৰুৱাৰীত মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হ'ব এই ফিল্মফেয়াৰ এৱাৰ্ড ৷

অসম পৰ্যটন বিভাগৰ সৈতে টাইমছ গ্ৰুপৰ বুজাবুজিৰ চুক্তি

সোমবাৰে ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে টাইমছ গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ হোটেল তাজ ভিভান্টাৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টাইমছ গ্ৰুপৰ সৈতে মিলিত হৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ ফিল্ম ফেয়াৰ এৱাৰ্ডে বলীউড আৰু জলীউডৰ মাজত একপ্ৰকাৰৰ সাঁকোৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ ফিল্মফেয়াৰ বঁটাই অসমৰ পৰ্যটনত এক বৃহৎ ভূমিকা গ্ৰহণ কৰিব বুলি আশা অসম পৰ্যটন বিভাগৰ।

লগতে পঢ়কঃপূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

Intro:৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডক লৈ পৰ্যটন বিভাগৰে টাইমছ গ্ৰুপৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা

টাইমছ গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈনো উপস্থিত

হোটেল তাজ বিভান্টাত আড়ম্বৰপুৰ্ণ অনুস্থানত স্বাক্ষৰ হ'ব MOU

Body:জয়ন্ত মল্ল বৰুৱাৰ ভাষণ ---
২০০কোটি লোকক অনুষ্ঠানটোৰে সাঙুৰি লোৱাৰ লক্ষ্য পৰ্যটন নিগমৰ
বলিউদ আৰু অসমীয়া চলচিত্ৰ জগতৰ মাজত সাঁকো হ'ব এই অনুষ্ঠান— জয়ন্ত মল্ল বৰুৱা

Conclusion:গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেশৰ সৰ্ববৃহৎ perstigious award show ফিল্মফেৰ বঁটা।
১৫ ফেব্ৰুৱাৰীত মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হব ফিল্মফেয়াৰ বঁটা।
আজি times of India গ্ৰুপৰ সৈতে চুক্তি কৰে অসম পৰ্যটন বিভাগ।
ফিল্মফেয়াৰ বঁটা ই অসম পৰ্যটনত এক বৃহৎ উন্নতিকৰণ কৰিব বুলি আশা অসম পৰ্যটন বিভাগৰ।
উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
অসমৰ প্ৰতিগৰাকী কলা কুশলীৰ লগতে উপস্থিত আছে পৰ্যটন বিভাগৰ প্ৰতিগৰাকী বিষয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.