ETV Bharat / state

সলনি হ'ল অসম লোকসেৱা আয়োগ পৰীক্ষাৰ নিয়ম ! নতুন বিধি সংযোজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - Gauhati High Court

এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰৱৰ্তন হ'ব নতুন বিধি । নতুন বিধিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আয়োগক নিৰ্দেশক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

সলনি হ'ল অসম লোকসেৱা আয়োগ পৰীক্ষাৰ নিয়ম !
author img

By

Published : Aug 21, 2019, 2:25 AM IST

গুৱাহাটী, 21 আগষ্টঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰৱৰ্তন হ'ব নতুন বিধি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দান ৷ মঙলবাৰে ন্যায়ালয়ৰ ৰায়ৰ কথা সংবাদমেল যোগে অৱগত কৰে ফাইট এগেইনষ্ট জাষ্টিচ অৱ এ পি এচ চি নামৰ সংগঠনটোৱে ।

সলনি হ'ল অসম লোকসেৱা আয়োগ পৰীক্ষাৰ নিয়ম !

ফাইট এগেইনষ্ট জাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে আয়োগৰ পৰীক্ষাৰ নীতি সলনিৰ বাবে দীৰ্ঘদিনৰে পৰা আইনী যুজঁ অৱতীৰ্ণ হৈছিল । পুৰণিকলীয়া নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা এ পি এছ চি পৰীক্ষাত মেধাৰ পৰিৱৰ্তে বহু লোকে টকাৰ যোগেদিহে চাকৰি লাভ কৰি আহিছিল । যাৰ বাবে বহু উপযুক্ত প্ৰাৰ্থী বাদ পৰি ৰৈছিল । ফলত আয়োগৰ সংস্কাৰ বাবে এই সকল ভুক্তভোগীৰে গঠিত এই ফৰামে আইনী যুজঁ অব্যাহত ৰাখিছিল । উল্লেখ্য যে, ন্যায়লয়ৰ নিৰ্দেশৰ পাছতো কিন্তু আয়োগে নতুন বিধি বলবৎ কৰা নাই । এই নতুন বিধি প্ৰৱৰ্তন হ'লে মেধা প্ৰাৰ্থীয়ে পোনপটীয়াকৈ চাকৰি পোৱাৰ সুবিধা লাভ কৰিব । লিখিত পৰীক্ষাৰ 12.2% তকৈ বেছি নম্বৰ সাক্ষাৎকাৰত দিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে এই নিৰ্দেশত । আশা কৰা হৈছে এই নতুন বিধিয়ে আয়োগৰ সংস্কাৰ সাধন কৰাৰ লগতে মেধাসকলক উৎসাহিত কৰিব ।

Intro:এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰবৰ্তন হব নতুন বিধি । এই নতুন বিধিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আয়োগক নিৰ্দেশক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

Body:মঙ্গলবাৰে ন্যায়ালয়ৰ এই ৰায়ৰ কথা সংবাদমেল যোগে অৱগত কৰে এটা সংগঠনে । ফাইট এগেইনষ্ট জাষ্টিচ অৱ এ পি এচ চি নামৰ এই সংগঠনটোৱে আয়োগৰ পৰীক্ষাৰ নীতি সলনিৰ বাবে দীৰ্ঘ দিনৰে পৰা আইনী যুজঁ অব্যাহত ৰাখিছিল । কিয়নো পুৰনিকলীয়া নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা এই পৰীক্ষাত মেধাৰ পৰিবৰ্তে টকাৰ যোগেদিহে চাকৰি লাভ কৰিছিল । যাৰ বাবে ভুক্তভোগী একাংশ মেধা বাদ পৰি গৈছিল । গতিকে আয়োগৰ সংস্কাৰ বাবে এই সকল ভুক্তভোগীৰে গঠিত এই ফৰামে আইনী যুজঁ অব্যাহত ৰাখিছিল ।উল্লেখ্য যে ন্যায়লয়ৰ।নিৰ্দেশৰ পাছতো কিন্তু আয়োগে নতুন বিধি বলবৎ কৰা নাই । এই নতুন বিধি প্ৰবৰ্তন হলে মেধা প্ৰাৰ্থীয়ে পোনপটীয়াকৈ চাকৰি পোৱাৰ সুবিধা লাভ কৰিব । লিখিত পৰীক্ষাৰ 12.2% তকৈ বেছি নম্বৰ সাক্ষাৎকাৰত দিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে এই নিৰ্দেশত । আশা কৰা হৈছে এই নতুন বিধিয়ে আয়োগৰ সংস্কাৰ সাধন কৰাৰ লগতে মেধাসকলক উৎসাহিত কৰিব ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.