ETV Bharat / state

চলিচিটৰ জেনেৰেলৰে গুৰুত্বপূৰ্ণ বৈঠক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমন্বিতে দুই মহাধিবক্তাৰ

author img

By

Published : Jan 26, 2020, 9:24 PM IST

প্ৰতিবেদন দাখিলৰ পূৰ্বে শনিবাৰে সন্ধিয়া দিল্লীত দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সাক্ষাৎ কৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে ৷

লিচিটৰ জেনেৰেলৰে গুৰুত্বপূৰ্ণ বৈ
লিচিটৰ জেনেৰেলৰে গুৰুত্বপূৰ্ণ বৈ

গুৱাহাটী, 26 জানুৱাৰীঃ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে, প্ৰতিবেদন দাখিলৰ পূৰ্বে শনিবাৰে সন্ধিয়া দিল্লীত দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ সমিতিৰ অধ্যক্ষ, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু সমিতিখনৰ সদস্যদ্বয় ক্ৰমে অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা নিলয় দত্তই, চলিচিটৰ জেনেৰেল মেহতাক সাক্ষাৎ কৰি দাখিল কৰিব লগীয়া প্ৰতিবেদনৰ সাংবিধানিক দিশসমূহৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰে ৷

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

লগতে পঢ়ক ঃ গণতন্ত্ৰ দিৱসত ৰাজপথত ৰাষ্ট্ৰপতি কোবিন্দ, প্ৰধানমন্ত্ৰী মোডী

Intro:গুৱাহাটী, ২৬ জানুৱাৰীঃ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে প্ৰতিবেদন দাখিলৰ পূৰ্বে শণিবাৰে সন্ধিয়া দিল্লীত দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।Body:সমিতিৰ অধ্যক্ষ , ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু সমিতিখনৰ সদস্যদ্বয় ক্ৰমে অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা নিলয় দত্তই চলিচিটৰ জেনেৰেল মেহতাক সাক্ষাৎ কৰি দাখিল কৰিব লগীয়া প্ৰতিবেদনৰ সাংবিধানিক দিশসমূহৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰে ।Conclusion:বৈঠকৰ অন্তত ন্যায়াধীশ শৰ্মাই এই বিষয়ে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ আগত কি মন্তব্য কৰিলে , চাওক এই বিশেষ প্ৰতিবেদন -
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.