নিউজ ডেস্ক,16 জানুৱাৰীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে নিশা গুৱাহাটীস্থিত ডাউন টাউন চিকিৎসালয়ত ভৰ্তি ৷ মুখ্যমন্ত্ৰী গৰাকী হৃদজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে ৷
লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য