ETV Bharat / state

গুৱাহাটীৰ বিভিন্ন স্থানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Dec 29, 2020, 4:19 PM IST

মহানগৰীৰ বিভিন্ন চৰকাৰী ভূমিত একাংশ দুষ্টচক্ৰই বেদখল কৰি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল । এই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ন্যায়ালয়ে এক নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনক। ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ ভিত্তিতেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান ।

eviction in jalukbari
গুৱাহাটীৰ বিভিন্ন স্থানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

গুৱাহাটী, 29 ডিচেম্বৰ : মংগলবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় । ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে গঢ়ি উঠা দোকান-পোহাৰ, বাসগৃহ উচ্ছেদ কৰে জিলা প্ৰশাসনে । মহানগৰীৰ খানামুখ, লংকেশ্বৰ, সাতমাইল, জালুকবাৰী আদি স্থানত কামৰূপ মহানগৰ জিলা প্ৰশাসনে চলায় উচ্ছেদ অভিযান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়ে প্ৰশাসনে চলায় এই উচ্ছেদ অভিযান । কামৰূপ মহানগৰ জিলাৰ চক্ৰ বিষয়া (সংলগ্ন) বৰণ্য বৰঠাকুৰৰ নেতৃত্বত চলোৱা হয় এই অভিযান ।

উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন চৰকাৰী ভূমিত একাংশ দুষ্টচক্ৰই বেদখল কৰি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল । এই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ন্যায়ালয়ে এক নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনক । ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ ভিত্তিতেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান ।

লগতে পঢ়ক: জন্মদিনত পিতৃ ৰাজেশ খান্নাক স্মৰণ টুইংকল খান্নাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.