ETV Bharat / state

ইটিভিৰ বাতৰিৰ প্ৰভাৱঃ ন ৰূপত জিলিকিছে জালুকবাৰী আৰক্ষী থানা

author img

By

Published : Sep 22, 2019, 11:03 PM IST

Updated : Sep 22, 2019, 11:32 PM IST

কদৰ্যময় পৰিৱেশত থকা মালিগাঁওস্থিত জালুকবাৰী আৰক্ষী থানাৰ চৌপাশ পৰিষ্কাৰ কৰিলে গুৱাহাটী পৌৰ নিগমে । যোৱা দুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল সদাব্যস্ত মালিগাঁৱৰ স্বচ্ছতাৰ প্ৰকৃত ছবি ।

ন ৰূপত জিলিকিছে জালুকবাৰী আৰক্ষী থানা

মালিগাঁও, 22 চেপ্টেম্বৰঃ সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পিছত গা লৰিল স্বচ্ছতাৰ নামত ন ন পদক্ষেপ লোৱা বুলি কথাৰ ফুলজাৰি মৰা গুৱাহাটী পৌৰ নিগমৰ । কদৰ্যময় পৰিৱেশত থকা মালিগাঁওস্থিত জালুকবাৰী আৰক্ষী থানাৰ চৌপাশ চাফাই কৰিলে বিভাগীয় কৰ্তৃপক্ষই । যোৱা দুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল সদাব্যস্ত মালিগাঁৱৰ স্বচ্ছতাৰ প্ৰকৃত ছবি । অতি কদৰ্যময় পৰিৱেশত আছিল জালুকবাৰী আৰক্ষী থানা । মালিগাঁৱৰ প্ৰতিটো পদপথ পৰিণত হৈছিল ডাষ্টবিনলৈ । কিন্তু এতিয়া চূণ তেল সানি চাফা কৰিলে থানা চৌহদ । তাৰোপৰি আৰক্ষী থানাৰ সন্মুখভাগৰ পৰা লেতেৰা আৱৰ্জনা আতৰালে গুৱাহাটী পৌৰ নিগমে । প্ৰশ্ন হয় স্বচ্ছ ভাৰতৰ কথা কোৱা চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ চকুত নপৰে নেকি এইসমূহ দৃশ্য । কেৱল সংবাদ মাধ্যমৰ বাতৰিৰ পিছতহে গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ । স্মাৰ্ট মহানগৰৰ নাম যেন এটা ফটা ঢোল ৷ ইফালে চৰকাৰ তথা পৌৰ নিগমক কেৱল পদক্ষেপতে সীমাবদ্ধ নাথাকি হাতে কামে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

Intro:সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পিছত গা লৰিল স্বচ্ছতাৰ নামত ন ন পদক্ষেপ লোৱা বুলি কথাৰ ফুলজাৰি মৰা গুৱাহাটী পৌৰ নিগমৰ। কদৰ্যময় পৰিৱেশ থকা মালিগাঁওস্থিত জালুকবাৰী আৰক্ষী থানাৰ চৌপাশ চাফাই কৰিলে বিভাগীয় কৰ্তৃপক্ষই। যোৱা দুদিন পূৰ্বে ইটিভি ভাৰতটো সম্প্ৰচাৰিত হৈছিল সদাব্যস্ত মালিগাঁৱৰ স্বচ্ছতাৰ প্ৰকৃত ছবি। অতি কদৰ্যময় পৰিৱেশত আছিল জালুকবাৰী আৰক্ষী থানা। মালিগাঁৱৰ প্ৰতিটো পদপথ পৰিণত হৈছিল ডাষ্টবিনলৈ। কিন্তু এতিয়া চূণ তেল সানি চাফা কৰিলে থানা চৌহদ। তাৰোপৰি আৰক্ষী থানাৰ সন্মুখভাগৰ পৰা লেতেৰা আৱৰ্জনা আতৰালে গুৱাহাটী পৌৰ নিগমে। প্ৰশ্ন হয় স্বচ্ছ ভাৰতৰ কথা কোৱা চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ চকুত নপৰে নেকি এইসমূহ দৃশ্য। কেৱল সংবাদ মাধ্যমৰ বাতৰিৰ পিছতহে গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ। স্মাৰ্ট মহানগৰৰ নাম যেন এটা ফটা ঢোল। ইফালে চৰকাৰ তথা পৌৰ নিগমক কেৱল পদক্ষেপতে সীমাবদ্ধ নাথাকি হাতে কামে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 22, 2019, 11:32 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.