ETV Bharat / state

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত ENT ৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ

author img

By

Published : Jun 23, 2019, 5:25 PM IST

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ''North East ENT update CME programme and Live'' কৰ্মশালা ৷ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ লগতে ৰোগী সকলক দিয়া হয় বিনামূলীয়া ঔষধ ৷

দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত ENT ৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ

গুৱাহাটী, 23 জুনঃ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা 'North East ENT update CME programme and Live' কৰ্মশালাৰ আজি অন্তিমটো দিন । অন্তিমটো দিনত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত সম্পন্ন কৰা হয় কাণ, নাক আৰু ডিঙিৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ । ভাৰতৰ প্ৰসিদ্ধ ENT চিকিৎসক ছাতিশ কুমাৰ জৈনে সম্পন্ন কৰে এই অস্ত্ৰোপ্ৰচাৰ । অনুষ্ঠাতটোত অস্ত্ৰোপ্ৰচাৰৰ লাইভ দেখুৱা হয় । এই কৰ্মশালাত উত্তৰ পূৰ্বৰ বহু ENT চিকিৎসকে অংশগ্ৰহণ কৰে ৷

এই সম্পৰ্কে দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমৰ কাণ, নাক আৰু ডিঙিৰ চিকিৎসক এইজ মোহনে কয় যে, বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰোগী উপকৃত হ’ব ।
অস্ত্ৰোপ্ৰচাৰ লগতে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ দিয়া হয় ।

''North East ENT update CME programme and Live'' কৰ্মশালাৰ মূল লক্ষ্য আছিল যে আগন্তুক দিনত কাণ, নাক আৰু ডিঙি ৰোগীসকলে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাব নালাগে । অসমতেই ৰোগীসকলক উন্নত চিকিৎসা লাভ কৰা ৷

Intro:দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোমত কাণ,নাক আৰুডিঙিত বিনামূলিয়া অস্ত্ৰোপ্ৰচাৰ ।

Body:
দুদিনীয়াকৈ North east ENT update CME programme and Live কৰ্মশালাৰ আজিৰ অন্তিন দিন। অন্তিন দিনত আজি দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোমত কাণ,নাক আৰুডিঙিত বিনামূলিয়া অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। ভাৰত প্ৰসিদ্ধ ENT চিকিৎসক ছাতিশ কুমাৰ জৈনে ENT অস্ত্ৰোপ্ৰচাৰ কৰে। আজিৰ এই অস্ত্ৰোপ্ৰচাৰ লাইভ দেখুৱা হয়। উত্তৰ পূৰ্বৰ বহুতে ENT চিকিৎসক অংশগ্ৰহণ কৰে ENT Live কৰ্মশালত। এই সম্পৰ্কে দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোমত কাণ,নাক আৰুডিঙিৰ চিকিৎসক H মোহন এ কয় যে বিনামূলিয়া অস্ত্ৰোপ্ৰচাৰ জৰিয়তে ৰোগীসকল বহুত উপাকৃত হব।
দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোময়ে সদায় ৰোগীসকলৰ বাবে সকলো ক্ষেত্ৰত সুবিধা গ্ৰহণ কৰি আহিছো। ৰোগীসকলক অস্ত্ৰোপ্ৰচাৰ লগতে ঔষধ বিনামূলীয়াকৈ দিয়া হৈছে। North east ENT update CME programme and Live কৰ্মশালাৰ মূল লক্ষ্যঃ যে অহা আগন্তু দিন বুৰত কাণ,নাক আৰুডিঙি ৰোগীসকল আন ৰাজ্য লৈ যাব না লাগে। অসমত ৰোগীসকল ৰোগীসক উন্নত চিকিৎসা প্ৰদান কৰা হোৱা।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.