গুৱাহাটী, 22 মে': বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত গোষণা কৰা হৈছে ড্ৰাই ডে ৷ এই দিনটোত জিলাখনৰ সকলো সুৰা বিপণী বন্ধ থাকিব ৷ শান্তিপূৰ্ণ ভোটগণনা নিশ্চিত কৰিবলৈ উপায়ুক্তই এই ঘোষণা কৰিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে ৷
বৃহস্পতিবাৰে কামৰূপ মেট্ৰ'ত ড্ৰাই ডে - জিলা প্ৰশাসন
শান্তিপূৰ্ণ ভোটগণনা নিশ্চিত কৰিবলৈ উপায়ুক্তই এই ঘোষণা কৰিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে ৷
বৃহস্পতিবাৰে কামৰূপ মেট্ৰ'ত ড্ৰাই ডে
গুৱাহাটী, 22 মে': বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত গোষণা কৰা হৈছে ড্ৰাই ডে ৷ এই দিনটোত জিলাখনৰ সকলো সুৰা বিপণী বন্ধ থাকিব ৷ শান্তিপূৰ্ণ ভোটগণনা নিশ্চিত কৰিবলৈ উপায়ুক্তই এই ঘোষণা কৰিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে ৷
কাইলৈ ড্ৰাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।
লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে এই ঘোষণা প্ৰশাসনৰ।
এই সময়চোৱাত বন্ধ থাকিব সকলো সুৰা বিপনীসমূহ।
ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।
শান্তিপূৰ্ণভাৱে যাতে ভোটগণনা সম্পূৰ্ণ হয় তাৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত।
নিয়ম অমান্য কৰিলে প্ৰসাশনে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা।
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932