ETV Bharat / state

মহানগৰীত দুটাকৈ ড্ৰাগছৰ ঘাটি উৎখাত - চিকদেৱ গোলাম উছমানি

মহানগৰ আৰক্ষীয়ে সাতগাঁৱৰ প্ৰগতি নগৰ আৰু আমবাৰী অঞ্চলত অভিযান চলাই উৎখাত কৰে দুটাকৈ ড্ৰাগছৰ বৃহৎ ঘাটি ।

মহানগৰীত দুটাকৈ ড্ৰাগছৰ ঘাটি উৎখাত
author img

By

Published : Oct 20, 2019, 6:22 AM IST

গুৱাহাটী, 19 অক্টোবৰঃ ড্ৰাগছৰ অবৈধ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ শণিবাৰে মহানগৰ আৰক্ষীয়ে সাতগাঁৱৰ প্ৰগতি নগৰ আৰু আমবাৰী অঞ্চলত অভিযান চলাই উৎখাত কৰে দুটাকৈ ড্ৰাগছৰ বৃহৎ ঘাটি । আৰক্ষীয়ে উক্ত ড্ৰাগছৰ ঘাটি দুটাৰ পৰা নিচাযুক্ত টেবলেট, মোবাইল, নগদ ধনসহ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে পাঁচটাকৈ সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে নুৰ ইছলাম মণ্ডল, আলাউদ্দিন আলী, চিকদেৱ গোলাম উছমানি ওৰফে তুলতুল, নাজিদুল ইছলাম আৰু শুকুৰ আলী । মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ।

Intro:নিষিদ্ধ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। ৰাইজৰ অভিযোগৰ ভিত্তিত শণিবাৰে মহানগৰ আৰক্ষীয়ে সাতগাঁৱৰ প্ৰগতি নগৰ আৰু আমবাৰী অঞ্চলত চলালে অভিযান। অভিযানত উৎখাত দুটাকৈ ড্ৰাগছৰ বৃহৎ ঘাটি। আৰক্ষীয়ে উক্ত ড্ৰাগছৰ ঘাটি দুটাৰ পৰা নিচাযুক্ত টেবলেট, মোবাইল, নগদ ধনসহ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে পাঁচটাকৈ সৰবৰাহকাৰী। ধৃত সৰৰ্বৰহকাৰী কেইজন হৈছে নুৰ ইছলাম মণ্ডল, আলাউদ্দিন আলী, চিকদেৱ গোলাম উছমানি ওৰফে তুলতুল, নাজিদুল ইছলাম আৰু শুকুৰ আলী। ধৃত যুৱককেইজনে বিগত বহুদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.