গুৱাহাটী, 17 এপ্ৰিলঃ বুধবাৰৰ পুৱতি নিশাৰ এজাক বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । মহানগৰীৰ জালুকবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কৃষ্ণচূড়া ধাবাত বিস্তৰ ক্ষতিসাধন হয় ধুমুহাৰ ফলত । বৃহৎ আকাৰৰ বিজ্ঞাপনৰ হৰ্ডিং ভাঙি পৰাৰ বাবেই ধাবাখন বিস্তৰ ক্ষতি সাধন হয় । ধাবাখনৰ ভাঙি চুৰমাৰ হোৱাৰ বিপৰীতে চৌহদটোত থকা দুখনকৈ চাৰিচকীয়া বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ইফালে এই প্ৰচণ্ড ধুমুহাত মহানগৰীৰ কেইবাঠাইতো ভাঙি পৰে বিদুতৰ খুঁটা ।
জালুকবাৰীত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন - assam news
মহানগৰীৰ জালুকবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কৃষ্ণচূড়া ধাবাত বিস্তৰ ক্ষতিসাধন হয় ধুমুহাৰ ফলত । বৃহৎ আকাৰৰ বিজ্ঞাপনৰ হৰ্ডিং ভাঙি পৰাৰ বাবেই ধাবাখন বিস্তৰ ক্ষতি সাধন হয়
জালুকবাৰীত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন
গুৱাহাটী, 17 এপ্ৰিলঃ বুধবাৰৰ পুৱতি নিশাৰ এজাক বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । মহানগৰীৰ জালুকবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কৃষ্ণচূড়া ধাবাত বিস্তৰ ক্ষতিসাধন হয় ধুমুহাৰ ফলত । বৃহৎ আকাৰৰ বিজ্ঞাপনৰ হৰ্ডিং ভাঙি পৰাৰ বাবেই ধাবাখন বিস্তৰ ক্ষতি সাধন হয় । ধাবাখনৰ ভাঙি চুৰমাৰ হোৱাৰ বিপৰীতে চৌহদটোত থকা দুখনকৈ চাৰিচকীয়া বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ইফালে এই প্ৰচণ্ড ধুমুহাত মহানগৰীৰ কেইবাঠাইতো ভাঙি পৰে বিদুতৰ খুঁটা ।
Slug: A_GHY_17APR_801_DHABA DAMAGE_HIRUL HAQUE
পুৱতি নিশাৰ এজাক বিধ্বংসী ধুমুহাত বিধ্বস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। মহানগৰীৰ জালুকবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কৃষ্ণচূড়া ধাবাত বিস্তৰ ক্ষতিসাধন। বৃহৎ বিজ্ঞাপনৰ হৰ্ডিং ভাঙি পৰে ধাবাখনত। ধাবাখনৰ ভাঙি চুৰমাৰ হোৱাৰ বিপৰীতে চৌহদটোত থকা দুখনকৈ চাৰিচকীয়া বাহন বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ইফালে এই প্ৰচণ্ড ধুমুহাত মহানগৰীৰ কেইবাঠাইতো ভাঙি পৰে বিদুতৰ খুঁটা।
Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932