ETV Bharat / state

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা

কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰখন পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ ৷

খানাপাৰ খেলপথাৰ পৰিদৰ্শন অসম আৰক্ষী সঞ্চালকৰ
author img

By

Published : Aug 14, 2019, 11:06 PM IST

গুৱাহাটী, 14 আগষ্ট : ৭৩ সংখ্যক স্বাধীনতা দিবসলৈ মাত্ৰ কেইটামান মুহূৰ্ত । ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই ৭৩ সংখ্যক স্বাধীনতা দিৱস । কেন্দ্ৰীয় ভাৱে খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । সেই সন্দৰ্ভত বুধবাৰে খেল পথাৰ খন পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে । খেল পথাৰ খনৰ পৰিস্থিতিৰ বুজ লয় শীৰ্ষ বিষয়া কেইগৰাকীয়ে । লগতে যাতে কোনো কূটাঘাত পৰিকল্পনা কৰিব নোৱাৰে তাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

Intro: ৭৩ সংখ্যক স্বাধীনতা দিবসলৈ মাত্ৰ কেইটামান মুহূৰ্ত । ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই ৭৩ সংখ্যক স্বাধীনতা দিৱস । সেয়েহে কেন্দ্ৰীয় ভাৱেও খনাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেল পথাৰতো আয়োজন কৰা স্বাধীনতা দিৱস । Body:সেয়েহে আজি খেল পথাৰ খন পৰিদৰ্শন কৰে আৰক্ষী অধীক্ষক কুলধৰ শইকীয়াৰ লগতে আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু লগতে উপস্থিত থাকে জিলা উপায়ুক্ত গৰাকী । খেল পথাৰ খনিৰ পৰিস্থিতিৰ বুজ লয় শীৰ্ষ বিষয়া কেইগৰাকীয়ে । লগতে কোনো কুটাঘাত কৰিয়ে যাতে কোনো কূটাঘাত পৰিকল্পনাঃ কৰিব নোৱাৰে তাৰ ওপৰতো যথেষ্ট গুৰুত্বপ্ৰদান কৰিছে জিলা প্ৰশাসনে ।

Conclusion:গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰী ৰেহেনা চুলতানে যি ফেচবুকত বিতৰ্কিত মন্তব্য আগ বঢ়াই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেই যুৱতী গৰাকীৰ বিৰুদ্ধেও আইনগত ভাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.