ETV Bharat / state

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা

author img

By

Published : Aug 14, 2019, 11:06 PM IST

কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰখন পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ ৷

খানাপাৰ খেলপথাৰ পৰিদৰ্শন অসম আৰক্ষী সঞ্চালকৰ

গুৱাহাটী, 14 আগষ্ট : ৭৩ সংখ্যক স্বাধীনতা দিবসলৈ মাত্ৰ কেইটামান মুহূৰ্ত । ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই ৭৩ সংখ্যক স্বাধীনতা দিৱস । কেন্দ্ৰীয় ভাৱে খানাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । সেই সন্দৰ্ভত বুধবাৰে খেল পথাৰ খন পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সৈতে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে । খেল পথাৰ খনৰ পৰিস্থিতিৰ বুজ লয় শীৰ্ষ বিষয়া কেইগৰাকীয়ে । লগতে যাতে কোনো কূটাঘাত পৰিকল্পনা কৰিব নোৱাৰে তাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

Intro: ৭৩ সংখ্যক স্বাধীনতা দিবসলৈ মাত্ৰ কেইটামান মুহূৰ্ত । ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই ৭৩ সংখ্যক স্বাধীনতা দিৱস । সেয়েহে কেন্দ্ৰীয় ভাৱেও খনাপাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেল পথাৰতো আয়োজন কৰা স্বাধীনতা দিৱস । Body:সেয়েহে আজি খেল পথাৰ খন পৰিদৰ্শন কৰে আৰক্ষী অধীক্ষক কুলধৰ শইকীয়াৰ লগতে আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু লগতে উপস্থিত থাকে জিলা উপায়ুক্ত গৰাকী । খেল পথাৰ খনিৰ পৰিস্থিতিৰ বুজ লয় শীৰ্ষ বিষয়া কেইগৰাকীয়ে । লগতে কোনো কুটাঘাত কৰিয়ে যাতে কোনো কূটাঘাত পৰিকল্পনাঃ কৰিব নোৱাৰে তাৰ ওপৰতো যথেষ্ট গুৰুত্বপ্ৰদান কৰিছে জিলা প্ৰশাসনে ।

Conclusion:গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰী ৰেহেনা চুলতানে যি ফেচবুকত বিতৰ্কিত মন্তব্য আগ বঢ়াই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেই যুৱতী গৰাকীৰ বিৰুদ্ধেও আইনগত ভাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.