ETV Bharat / state

সংকটৰ গৰাহত ৰামচাৰ চাইট হিচাপে চিহ্নিত গুৱাহাটীৰ দীপৰ বিল - গুৱাহাটী

প্ৰদূষণৰ কৱলত পৰা দীপৰ বিললৈ কমি আহি আহিছে পৰিভ্ৰমী পক্ষীৰ প্ৰব্ৰজন ৷

সংকটৰ গৰাহত গুৱাহাটীৰ দীপৰ বিল
author img

By

Published : Apr 1, 2019, 2:30 PM IST

গুৱাহাটী , 01 এপ্ৰিল : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ সংকত নামি আহিছে ৷ প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ বাবে সংকতত পৰিছে দীপৰ বিল ৷ এই প্ৰদূষণৰ বাবে ক্ৰমাৎ হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ প্ৰব্ৰজন ৷

ইপিনে পৰিৱেশ প্ৰদূষণৰ ফলত দীপৰ বিলত প্ৰত্যেক বছৰে মৃত্যু ঘটে অসংখ্য পৰিভ্ৰমী পক্ষীৰ ৷ এই সন্দৰ্ভত ই টি ভি ভাৰতৰএক বিশেষ প্ৰতিবেদন

Intro:Body:

দীপৰ বিলঃ সংকটৰ গৰাহত ৰামচাৰ চাইট হিচাপে চিহ্নিত গুৱাহাটীৰ দীপৰ বিল ৷ 

প্ৰদূষণৰ কৱলত পৰা দীপৰ বিললৈ কমি আহি আহিছে পৰিভ্ৰমী পক্ষীৰ প্ৰব্ৰজন 

পৰিৱেশ প্ৰদূষণৰ ফলত দীপৰ বিলত প্ৰত্যেক বছৰে মৃত্যু ঘটে অসংখ্য পৰিভ্ৰমী পক্ষীৰ ৷ 

লাহে লাহে কমি আহিছে দীপৰ বিলত পৰিভ্ৰমী পক্ষীৰ কলৰৱ ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.