ETV Bharat / state

96 শতাংশ নম্বৰ তথাপিও অসুখী ! - etv bharat assam

মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ভৱিষ্যতত কেন্দ্ৰীয়লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া হোৱাৰ সপোন ৰচিছে ৷

96 শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দক্ষিণ কামৰূপৰ এজন ছাত্ৰ
author img

By

Published : May 19, 2019, 3:38 PM IST

গুৱাহাটী , 19 মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত 96 শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দক্ষিণ কামৰূপৰ মিৰ্জাৰ দেবাশীষ কলিতা নামৰ এজন ছাত্ৰ ৷ দেবাশীষ কলিতা দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেটন বিদ্যালয়ৰ ছাত্ৰ ৷

96 শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দক্ষিণ কামৰূপৰ এজন ছাত্ৰ

গণিত আৰু উচ্চ গণিতত 100 নম্বৰ লাভ কৰি সৰ্বমুঠ 96 শতাংশ পোৱা এই ছাত্ৰজন নিজৰ ফলাফলক লৈ সুখী নহয় ৷ কিয়নো ছাত্ৰজনৰ ম'তে তেওঁ আৰু কিছু নম্বৰ লাভ কৰিব লাগিছিল ৷ মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ভৱিষ্যতত কেন্দ্ৰীয়লোক সেয়া আয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া হোৱাৰ সপোন ৰচিছে ৷ আনহাতে অধ্যয়নৰ মাজতো ব্যস্ত থাকি দেবাশীষ বাদ্য যন্ত্ৰৰ আৰু ছবি অকাত ব্যস্ত থাকে ৷

গকুল কলিতা আৰু গীতা কলিতাৰ পুত্ৰ দেৱশীষ কলিতাই চিত্ৰাংকন আৰু তবলাৰ প্ৰতিযোগিতাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি দক্ষিণ কামৰূপলৈ সুনাম কঢ়িয়াই আনিছে ৷

Slug:-As_Kam_19may_HSLC_unbeliveable_results_811-812_vis+bite+photo_as10020

 হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৬ শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দক্ষিণ কামৰূপৰ মিৰ্জাৰ দেবাসীশ কলিতা নামৰ এজন ছাত্ৰই ।

Vo... এই জন মেধাবী ছাত্ৰ দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেটন বিদ্যালয়ৰ ছাত্ৰ দেৱশীষ কলিতা । গণিত আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰি সৰ্বমুঠ ৯৬শতাংশ পোৱা এই ছাত্ৰজন সুখী নহয় নিজৰ ফলাফলক লৈ । গকুল কলিতা আৰু গীতা কলিতাৰ পুত্ৰ দেৱশীষ কলিতাই চিত্ৰাঙ্গন আৰু তবলাৰ প্ৰতিযোগিতাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি দক্ষিণ কামৰূপৰ সুনাম কঢ়িয়াই আনিছে । কিন্তু মেধাবী  ছাত্ৰ জন সুখী নহয় নিজৰ ৯৬ শতাংশ লাভ কৰাত । কিয়ণো ছাত্ৰজনৰ ম'তে তেও লাভ কৰিব লাগিছিল আৰু কিছু নম্বৰ । মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ভৱিষ্যতত UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া সপোন ৰছিছে  ছাত্ৰ দেৱশীষ কলিতাই আনহাতে অধ্যয়নৰ মাজতও ব্যস্ত থাকি চলাই গৈছে বাদ্য যন্ত্ৰৰ আৰু আৰ্ট কৰাত ।

Bite..দেৱশীষ আৰু পিতৃ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.