ETV Bharat / state

ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক - অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক

ৰন্ধন গেছৰ বাবে গ্ৰহকক মাধমাৰ শোধাই অহা অংকুৰ গেছ এজেঞ্চিত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীৰ সুৰ সলনি লগতে সকাহ পালে গ্ৰাহক ৰাইজে

ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক
author img

By

Published : Sep 26, 2019, 11:24 PM IST

গুৱাহাটী, 26 ছেপ্টেম্বৰ: ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক । অভিযোগ অনুসৰি অংকুৰ ভাৰত গেছ এজেঞ্চীয়ে বহু দিন ধৰি ৰন্ধন গেছৰ নাটনিৰ অজুহাত দেখুৱাই ৰাম ঠগন দি আহিছিল গ্ৰাহকক । গেছ বুকিং কৰিও বিগত তিনি-চাৰি দিন ধৰি ৰন্ধন গেছৰ বাবে আহিও ঘূৰি যাব লগা হৈছিল গ্ৰাহক । প্ৰতি দিনে 30 টাকৈ ৰন্ধন গেছ গ্ৰাহকক দি 150 টা ৰন্ধন গেছ সোণাপুৰ, কলংপাৰ, বৰ্ণিহাট, খানাপাৰা আদি অঞ্চললৈ পঠোৱাৰ কথা গম পাই সৰৱ হৈ পৰে গ্ৰাহকসকল । সাধাৰণ গ্ৰাহক লগতে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ মহিলা গ্ৰাহক সকলো ৰন্ধন গেছৰ বাবে আহি ঘূৰি যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
ই টিভিৰ সংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীয়ে সাংবাদিকৰ আগত কয় যে, প্ৰতি দিনে তেওঁলোকে 30 টাকৈ ৰন্ধন গেছ গ্ৰাহকক যোগান ধৰি আহিছিল যদিও আজিৰ এই ঘটনাৰ পাছত প্ৰতিদিনে 180টাকৈ ৰন্ধন গেছ যোগান ধৰিব অংকুৰ গেছ এজেঞ্চীয়ে ৷

Intro:ৰন্ধন গেছৰ বাবে গ্ৰহকক মাধমাৰ সোধাই অহা অংকুৰ গেছ এজেঞ্চিত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীৰ সুৰ সলনি : সকাহ পালে গ্ৰাহক ৰাইজে

Body:ন মাইলস্থিত অংকুৰ ভাৰতগেছ এজেঞ্চি বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক। অভিযোগ অনুসৰি অংকুৰ ভাৰতগেছ এজেঞ্চিয়ে বহু দিন ধৰি ৰন্ধন গেছ নাটনিৰ অজুহাত দেখুৱাই ৰাম ঠগন দি আহিছিল গ্ৰাহকক। গেছ বুকিং কৰিও বিগত তিনি-চাৰি দিন ধৰি ৰন্ধন গেছৰ বাবে আহিও ঘূৰি যাৱ লগা হৈছিল। প্রতি দিনে 30 টাকৈ
ৰন্ধন গেছ গ্ৰাহক দি 150 টা ৰন্ধন গেছ সোণাপুৰ কলংপাৰ বৰ্ণিহাট খানাপাৰা আদি অঞ্চললৈ পঠোৱাৰ কথা গম পাই সৰৱ হৈ পৰে গ্ৰাহক সকল।

Byte গ্ৰাহক

সাধাৰণ গ্ৰাহক লগত প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ মহিলা গ্ৰাহক সকলো ৰন্ধন গেছৰ বাবে আহি ঘূৰি যাব লগা হৈছে।

Byte মহিলা গ্ৰাহক

Conclusion:ই টিভিৰ সংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীয়ে সাংবাদিকৰ আগত কয় যে প্ৰতি দিনে তেওঁলোকে 30 টাকৈ ৰন্ধন গেছ গ্ৰাহকক যোগান ধৰি আহিছিল যদিও আজিৰ এই ঘটনাৰ পাছত প্ৰতিদিনে 180টাকৈ ৰন্ধন গেছ যোগান ধৰিব অংকুৰ গেছ এজেঞ্চিটোৱে।

Byte স্বত্বাধিকাৰী

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.